- কাছাৰত আটক এজন সন্দেহযুক্ত ৰোহিংগীয়া
- ব্যক্তিজনৰ নাম আলম হুছেইন মজুমদাৰ
- কাছাৰত 37 অসম ৰাইফলচৰ গোপন অভিযানত ধৰা পৰে মজুমদাৰ
- ব্যক্তিজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে 1996 ৰ birth certificate, voter id, land document, Bank passbook সহ আৰু অনেক নথি পত্ৰ
- আলম হুছেইন মাজুমদাৰৰ বিৰুদ্ধে 420 লগত 468/471সহ ভাৰতীয় দণ্ডবিধিৰ W সূচীৰ 14 নং ধাৰাৰ বিদেশী ন্যায়াধিকৰণ আইনৰ ভিত্তিত গোচৰ ৰুজু কৰা হয়
কাছাৰত আটক সন্দেহজনক ৰোহিংগীয়া
কাছাৰত 37 অসম ৰাইফলচে আটক কৰে এজন সন্দেহজনক ৰোহিংগীয়া ৷ 7 দিনৰ বাবে কাছাৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ৷
কাছাৰত আটক সন্দেহযুক্ত ৰোহিংগীয়া
- কাছাৰত আটক এজন সন্দেহযুক্ত ৰোহিংগীয়া
- ব্যক্তিজনৰ নাম আলম হুছেইন মজুমদাৰ
- কাছাৰত 37 অসম ৰাইফলচৰ গোপন অভিযানত ধৰা পৰে মজুমদাৰ
- ব্যক্তিজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে 1996 ৰ birth certificate, voter id, land document, Bank passbook সহ আৰু অনেক নথি পত্ৰ
- আলম হুছেইন মাজুমদাৰৰ বিৰুদ্ধে 420 লগত 468/471সহ ভাৰতীয় দণ্ডবিধিৰ W সূচীৰ 14 নং ধাৰাৰ বিদেশী ন্যায়াধিকৰণ আইনৰ ভিত্তিত গোচৰ ৰুজু কৰা হয়
Intro:কাছাৰত আটক রোহংগীয়া আলম হুছেইন মজুমদাৰক সাত দিনৰে রিমাণ্ডত ললে কাছাৰ জিলা পুলিচ প্ৰশাসনে ।কালীৰাতি 37 অসম ৰাইফেল আৰু শিলচৰ পুলিচৰ গুপ্ত অভিযানত আজি আটক কৰিচল তেঁওক।Body:, কিন্তু তেওঁৰ পৰা 1996 ৰ birth certificate, voter id, land document, Bank passbook সহ আৰু অনেক নথি পত্ৰ পুলিচে জব্দ কৰিলে।আলম হুছেইন মাজুমদাৰৰ বিৰুদ্ধে 420 লগত 468/471সহ ipc r w section14 foreigner act মামলা ৰজু কৰা হল। তেওঁ ভাৰতত আহিবলৈ মীয়ানমাৰ বাংলাদেশ পাকিস্তান আফগানিস্তান ঘূৰি ভাৰতত আহিছে । নিজেই শিকাৰ কৰিছে ।
এতিয়া প্ৰশ্ন হৈছে অসমৰ নাগৰিক পঞ্জীত কেনেকৈ তেওঁৰ নাম আহিছে ।এন আর সি লৈ যেতিয়া চৰকাৰে বিভিন্ন আইন প্ৰণয়ন কৰিছে তাৰ মাজতে ম্যানমাৰৰ মানুহৰ কাছাৰত ভোটাৰ কেনেকৈ পায়।Conclusion:এতিয়া প্ৰশ্ন হৈছে এনেকুৱা যদি হয় তেতিয়া হলে অসমর লগতে কাছাৰ কিমানে সুৰক্ষিত।