ETV Bharat / state

বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সৰৱ বৰখলাবাসী

বৰখলা সমষ্টিৰ ২৪ ঘন্টা বিদ্যুৎ যোগান ব্যাহত হোৱাত অতিষ্ঠ ৰাইজ । তাৰে প্ৰতিবাদত অনুষ্ঠিত কৰে এখন নাগৰিক সভা ৷

author img

By

Published : Jun 1, 2019, 11:48 PM IST

বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সৰৱ কাছাৰৰ ৰাইজ

কাছাৰ, ১ জুনঃ কাছাৰৰ বৰখলা সমষ্টিৰ ২৪ ঘন্টাই বিদ্যুৎ যোগান ব্যাহত হোৱাত অতিষ্ঠ ৰাইজ । ৭দিনৰ ভিতৰত বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবী ৰাইজৰ ৷

ৰাইজে এখন নাগৰিক সভা অনুষ্ঠিত কৰি শীঘ্ৰে বিদ্যুতৰ সমস্যা সমাধান কৰাৰ দাবী জনায় ৷

বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সৰৱ কাছাৰৰ ৰাইজ

লগতে আন এটা বাতৰি- আৰক্ষী চকীৰ কদৰ্য ৰূপঃ ছাদ ভাঙি আঘাতপ্ৰাপ্ত জোৱান

Intro:Body:জুন ১ ঃকাছাৰৰ বৰখলা সমষ্টিৰ ২৪ ঘন্টা বিদ্যুৎ যোগান বদলত বিদ্যুতৰ সঘন কৰ্তনে অতিষ্ঠ ৰাইজে বৃহত্তৰ আন্দোলনৰ প্ৰস্তুতি। আগামী ৭দিনৰ ভিতৰত উন্নত বিদ্যুৎ যোগানৰ ব্যৱস্থা চৰম হুমকি নাগৰিক সভাত ৷ বৰখলাত প্ৰথম খন্ডত আয়োজিত সভা খনত ২৪ ঘন্টাই বিদ্যুৎ যোগান দিবলৈ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা বৰ্তমানৰ বিজেপি চৰকাৰখন উন্নয়নৰ নামত ফোপোলা স্বৰূপৰ সমালোচনা কৰি এখন স্থায়ী সাবডিবিশনেৰ দাবী উঠে। বিদ্যুৎ বিভাগৰ চৰম গাফিলতিত ভুগিছে এইবাৰ ৰাইজে।সভাত সমাজ সেৱক পিনাক দাসক সম্পাদক আৰু গৌৰাঙ্গ দাসক সভাপতি কৰি এখন ৩১ সদস্য প্ৰতিবাদি কমিটি গঠন কৰা হয় জিলা উপায়ুক্তৰ জড়িয়তে চৰকাৰক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সিন্ধান্ত লয় ৰাজে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.