ETV Bharat / state

জাঠিঙ্গাৰ খহনীয়াই আশংকাত পেলাইছে আমগুৰি জনসাধাৰণক

কিন্তু জনসাধাৰণৰ আবেদন-নিবেদনৰ প্ৰতি ভ্ৰূক্ষেপ নাই চৰকাৰৰ ৷ চৰকাৰ সলনি হ'ল যদিও নিৰ্মাণ নহ'ল মথাউৰি

author img

By

Published : May 29, 2019, 10:45 PM IST

জাঠিঙ্গাৰ খহনীয়াই আশংকাত পেলাইছে আমগুৰি জনসাধাৰণক

বৰখলা, 22 মেঃ নদীৰ খহনীয়াত আতংকত ভুগিছে ধুমকৰ স্থানীয় ৰাইজ ৷ জাঠিঙ্গা নদীৰ খহনীয়াই দীৰ্ঘদিনৰে পৰা গ্ৰাস কৰি আহিছে বৰখলা সমষ্টিৰ ধুমকৰ গাঁৱক ৷ ধুমকৰ লগতে বৰখলাৰ কেবাখনো গাঁও নিঃশেষ কৰিছে জাঠিঙ্গা নদীৰ খহনীয়াই ৷ সেয়ে উক্ত সমস্যা ৰোধৰ বাবে দীৰ্ঘদিনে চৰকাৰ কিম্বা জনপ্ৰতিনিধিক আবেদন-নিবেদন কৰি আহিছে স্থানীয় ৰাইজে ৷ কিন্তু জনসাধাৰণৰ আবেদন-নিবেদনৰ প্ৰতি ভ্ৰূক্ষেপ নাই চৰকাৰৰ ৷ চৰকাৰ সলনি হ'ল যদিও মথাউৰি নিৰ্মাণ নহ'ল ৷ বৰ্তমান ধুমকৰৰ এখন প্ৰাথমিক বিদ্যালয় খহনীয়াত পৰি নিঃশেষৰ হোৱাৰ পথত তথাপিও কাণ-সাৰ নাই বিভাগীয় কতৃপক্ষই ৷

Intro:Body:বৰখলা, 22 মে': নদীৰ খহনীয়াত আতংকত ভুগিছে ধুমকৰ স্থানীয় ৰাইজ ৷ জাঠিঙ্গানদীৰ খহনীয়াই দীৰ্ঘদিনৰে পৰা গ্ৰাস কৰি আহিছে বৰখলা সমষ্টিৰ ধুমকৰ গাঁৱক ৷ ধুমকৰ লগতে বৰখলাৰ কেবাটাও গাৱঁৰ নিঃশেষ কৰিছে জাঠিঙ্গানদীৰ খহনীয়াই ৷ জাঠিঙ্গানদীৰ পানীয়ে চিন্তাত পেলাইছে আমগুৰিৰ জনসাধাৰণকবান সমস্যা ৰোধৰ বাবে দীৰ্ঘদিনে চৰকাৰ কিম্বা জনপ্ৰতিনিধিক আবেদন-নিবেদন কৰি আহিছে স্থানীয় ৰাইজে ৷ কিন্তু জনসাধাৰণৰ আবেদন-নিবেদনৰ প্ৰতি ভ্ৰূক্ষেপ নাই চৰকাৰৰ ৷ চৰকাৰ সলনি হ'ল যদিও মথাউৰি নিৰ্মাণ নহ'ল ৷ বৰ্তমান ধুমকৰৰ একন এলপি স্কুল খহনীয়াত পৰি নিঃশেষৰ পথত জীৱন ঝুকি লৈ স্কুলত পাঠদান চলিলে ৷এতিয়া আৰু ভয়ানক হইচে ছাত্ৰছাত্ৰী সকলোৱে আন এক স্থানত ৰাইজে সাময়িক ব্যৱস্থা কৰিলে ৷বিভাগৰ পৰা আজিলৈকে স্কুলৰ আৰু খহনীয়াৰ বন্ধ কৰাৰ কোনো ব্যৱস্থা না লোৱাৰ কাৰণে ৰাজৰ মাজত ব্যাপক উত্তেজনাConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.