ETV Bharat / state

শিলচৰত ভূমি বিবাদক লৈ সৰৱ আকছা - শিলচৰ আকছা

বুধবাৰে শিলচৰত সংবাদ মাধ্যমক সম্বোধন আকছা নামৰ ছাত্র সংগঠনৰ ৷ অসম-মিজোৰাম সীমান্তত অসমৰ ভূমি দখলক লৈ গভীৰ উদ্বেগ প্রকাশ সংগঠনটোৰ ৷

ackhsa press meet in Silchar
শিলচৰত ভূমি বিবাদক লৈ সৰৱ আকছা
author img

By

Published : Nov 4, 2020, 10:31 PM IST

কাছাৰ,4 নৱেম্বৰ : অসম-মিজোৰাম সীমান্তত ভূমি বিবাদক লৈ কেন্দ্রীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে আকছা নামৰ ছাত্র সংগঠনে । বুধবাৰে শিলচৰত সংবাদ মাধ্যমক সম্বোধন কৰি আকছাৰ আহবায়ক ৰূপম নন্দী পুৰকায়স্থই অসমৰ ভূমি দখলক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে ।

শিলচৰত ভূমি বিবাদক লৈ সৰৱ আকছা

মিজোৰামত ইন্তাজ আলী নামৰ এজন ব্যক্তিৰ হত্যাৰ ঘটনাক লৈ উদ্বিগ্ন আকছা ৷ চৰকাৰী পক্ষৰ পৰা ক্ষতিপূৰণৰ বাবদ ঘোষিত অর্থৰ পৰিমাণ কম হোৱা বুলি জনায় আকছাৰ ছাত্র নেতাসকলে ।

লগতে পঢ়ক : ভয়ংকৰ ৰূপ লোৱাৰ দিশে বুঢ়ীদিহিং নদীৰ খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.