ETV Bharat / state

পৰিৱৰ্তন নহা এখন গাঁও! - বিদ্যুৎ সংযোগ

2019 বৰ্ষৰ 31 মাৰ্চৰ ভিতৰত সকলো গাঁৱতে বিদ্যুৎ সংযোগ হ'ব বুলি প্ৰধানমন্ত্ৰী মোডীয়ে মন্তব্য কৰিছিল যদিও আজি পৰ্যন্ত মধুপুৰ গাঁৱৰ প্ৰায় 70 টা পৰিয়ালে আন্ধাৰতে পাৰ কৰিছে প্ৰতিটো নিশা ৷

মধুপুৰ গাঁও
author img

By

Published : Jun 4, 2019, 1:19 PM IST

শিলচৰ , 03 জুন : স্বাধীনতাৰ 72 বছৰৰ পাচতো উন্নয়নৰ মুখ নেদেখা এখন গাঁও ৷ এই গাঁওখন হৈছে কাছাৰ জিলাৰ উদাৰবন্দ বিধানসভাৰ ,মধুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত মধুপুৰ গাঁও ৷ 2019 বৰ্ষৰ 31 মাৰ্চৰ ভিতৰত সকলো গাঁৱতে বিদ্যুৎ সংযোগ হ'ব বুলি প্ৰধানমন্ত্ৰী মোডীয়ে মন্তব্য কৰিছিল যদিও আজি পৰ্যন্ত মধুপুৰ গাঁৱৰ প্ৰায় 70 টা পৰিয়ালে আন্ধাৰতে পাৰ কৰিছে প্ৰতিটো নিশা ৷

উন্নয়নৰ মুখ নেদেখা শিলচৰৰ মধুপুৰ গাঁও

গাঁওবাসীৰ অভিযোগ অনুসৰি তেওঁলোকৰ গাঁৱখনত কেৱল বিদ্যুৎ সংযোগ নোহোৱাৰ সমস্যায়ে নহয় , আন বহু সমস্যাও তেওঁলোকৰ গাঁওখনক আৱৰি আছে ৷ গাঁওখনৰ বহু লোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰা নাই আৰু গাঁওখনত শৌচাগাৰ তথা পানীৰো কোনো সু-ব্যৱস্থা নাই বুলিও গাঁওবাসীয়ে অভিযোগ তুলে ৷ পানীৰ কোনো সু-ব্যৱস্থা নথকাৰ বাবে গাঁওবাসীয়ে প্ৰায় 2 কিলোমিটাৰ বাট অতিক্ৰম কৰি নদীৰ পৰা পানী আনিব লগীয়া হয় ৷ কিন্তু বাৰিষাৰ দিনত সেই নদীৰ পানী সেৱন কৰা বাবে বহু গাঁওবাসী ৰোগত আক্ৰান্ত হয় বুলি তেওঁলোকে জানিবলৈ দিয়ে ৷ সেয়ে ক্ষুব্ধ গাঁওবাসীয়ে ক্ষোভ উজাৰি কয় যে বৰ্তমানৰ বিধায়ক মিহিৰ কান্তি সোমে আজি লৈকে গাঁওখনৰ খবৰ লবলৈ আহৰি পোৱা নাই ৷ বিধায়কজনে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ আজি পৰ্যন্ত পূৰণ নোহোৱাৰো অভিযোগ গাঁওবাসীৰ ৷

Intro:News Silchar.....যেখানে প্রধানমন্ত্রী নরেন্দ্র মোদী কৈছিলে ৩১মার্চ ২০১৯এৰ ভিতৰে ভাৰত বর্ষেৰ সকলোগ্রামত বিদ্যুতেৰ আলো জ্বলিব কিন্তু
উদাৰবন্দ বিধানসভাৰ মধুরা জিপিৰ মধুপুৰ গ্রামত প্রায় ৭০ পৰিবাৰে এতিয়াওপৌছয়নি অন্ধকাৰত।
Body:News Silchar.....যেখানে প্রধানমন্ত্রী নরেন্দ্র মোদী কৈছিলে ৩১মার্চ ২০১৯এৰ ভিতৰে ভাৰত বর্ষেৰ সকলোগ্রামত বিদ্যুতেৰ আলো জ্বলিব কিন্তু
উদাৰবন্দ বিধানসভাৰ মধুরা জিপিৰ মধুপুৰ গ্রামত প্রায় ৭০ পৰিবাৰে এতিয়াওপৌছয়নি অন্ধকাৰত।
সাংবাদিক সহায় বিচাৰি গ্রামেৰ বাসিন্দা দিনেস সুক্ল্যবৈদ্য, সঞ্জিত লাল চৌধোৰি , সুদিৰ দাস, ৰমেস সুক্ল্যবৈদ্য, পার্থ ৰায়ৰা কয় যে তেঁও লোকৰ ইয়াত এতিয়াও পৌছোয় নি বিদ্যুতেৰ আলো, এখন ও গ্রামেৰ কোনোবাই পাওয়া নাই প্রধান মন্ত্রী আবাস, সৌচাগাৰ, নাই কোনো পানীয় জলের সু-ব্যবস্থা, এতিয়াও ২কিলোমিটাৰ দুৰ নদী পৰা পানী আনি পান কৰিব লগা হৈছে। কিন্তু বর্ষাৰ দিনেত সেই পানী নদীৰ পৰা আনি পান কৰা আৰো কষ্টেৰ হৈছে।
গ্রাম বাসীৰা আৰো ক্ষুভ উগরে বলেন বর্তমান বিধায়ক মিহির কান্তি সোম বিধানসভা ভোটের পিছত এতিয়াও তেওঁৰ গ্রামত যাওয়া নাই সুখ দুঃখেৰ খবৰ লোৱাৰ কাৰণে ।
ভোটের সময় উনাদেৰ দেওয়া প্রতিশ্রোতি এতিয়াও পুৰা কৰিবলৈ পাৰা নাই llConclusion:News Silchar.....যেখানে প্রধানমন্ত্রী নরেন্দ্র মোদী কৈছিলে ৩১মার্চ ২০১৯এৰ ভিতৰে ভাৰত বর্ষেৰ সকলোগ্রামত বিদ্যুতেৰ আলো জ্বলিব কিন্তু
উদাৰবন্দ বিধানসভাৰ মধুরা জিপিৰ মধুপুৰ গ্রামত প্রায় ৭০ পৰিবাৰে এতিয়াওপৌছয়নি অন্ধকাৰত।
সাংবাদিক সহায় বিচাৰি গ্রামেৰ বাসিন্দা দিনেস সুক্ল্যবৈদ্য, সঞ্জিত লাল চৌধোৰি , সুদিৰ দাস, ৰমেস সুক্ল্যবৈদ্য, পার্থ ৰায়ৰা কয় যে তেঁও লোকৰ ইয়াত এতিয়াও পৌছোয় নি বিদ্যুতেৰ আলো, এখন ও গ্রামেৰ কোনোবাই পাওয়া নাই প্রধান মন্ত্রী আবাস, সৌচাগাৰ, নাই কোনো পানীয় জলের সু-ব্যবস্থা, এতিয়াও ২কিলোমিটাৰ দুৰ নদী পৰা পানী আনি পান কৰিব লগা হৈছে। কিন্তু বর্ষাৰ দিনেত সেই পানী নদীৰ পৰা আনি পান কৰা আৰো কষ্টেৰ হৈছে।
গ্রাম বাসীৰা আৰো ক্ষুভ উগরে বলেন বর্তমান বিধায়ক মিহির কান্তি সোম বিধানসভা ভোটের পিছত এতিয়াও তেওঁৰ গ্রামত যাওয়া নাই সুখ দুঃখেৰ খবৰ লোৱাৰ কাৰণে ।
ভোটের সময় উনাদেৰ দেওয়া প্রতিশ্রোতি এতিয়াও পুৰা কৰিবলৈ পাৰা নাই ll
Bite...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.