ETV Bharat / state

ভাৰত-বাংলা সীমান্তৰ টুকৰগ্ৰামত 'বিপদ বন্ধু বাহিনীৰ' প্ৰশংসনীয় পদক্ষেপ - MOCK DRILL PROGRAM

ভাৰত-বাংলা সীমান্তৰ বিপদ সংকুল গাঁও টুকৰগ্ৰামত অসম বিপদ বন্ধু বাহিনীৰ উদ্যোগত শনিবাৰে মক্ ড্ৰীল কাৰ্যসূচী অনুষ্ঠিত ৷ পুণৰ এনে অনুষ্ঠান আয়োজন কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ ৷

টুকৰগ্ৰামত 'বিপদ বন্ধু বাহিনীৰ' প্ৰশংসনীয় পদক্ষেপ
টুকৰগ্ৰামত 'বিপদ বন্ধু বাহিনীৰ' প্ৰশংসনীয় পদক্ষেপ
author img

By

Published : Dec 29, 2019, 4:20 AM IST

টুকৰগ্ৰাম, 28 ডিচেম্বৰ: ভাৰত-বাংলা সীমান্তৰ বিপদ সংকুল গাঁও টুকৰগ্ৰামত অসম বিপদ বন্ধু বাহিনীৰ উদ্যোগত শনিবাৰে মক্ ড্ৰীল কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ উল্লেখ্য যে, কুশিয়াৰা নৈৰ পাৰৰ এই গাঁওখন বৰ্তমানেও এখন অনুন্নত গাঁও হিচাপে পৰিগণিত হৈ আহিছে ৷ স্থানীয় বাসিন্দা সকলে নদী পথেৰেই বৰ্তমানেও বিপদ সংকুল যাত্ৰা অব্যাহত ৰাখিছে এই গাঁৱত ৷

'বিপদ বন্ধু বাহিনীৰ' প্ৰশংসনীয় পদক্ষেপ

সেয়েহে অসম চৰকাৰৰ অগ্নি নিৰ্বাপক আৰু আপাতকালীন বিভাগৰ অধীনত বিপদ বন্ধু বাহিনীয়ে গাঁওবাসীৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি মক্ ড্ৰীল কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ য'ত গাওঁবাসীক তেওঁলোকে আপাতকালীন অৱস্থাত গ্ৰহণ কৰিব পৰা কেতবোৰ পন্থাৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰে ৷ বিপদ বন্ধু বাহিনীৰ এই উল্লেখযোগ্য পদক্ষেপৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে পুণৰ এনে অনুষ্ঠান আয়োজন কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: গছৰ পাতত সুৰৰ লহৰ তুলিছে আমগুৰিৰ এগৰাকী শিল্পীয়ে

Intro:ভাৰত বাংলা সীমান্তৰ বিপদ সঙ্কুল গাঁও টুকৰগ্ৰামত বিপদ বন্ধু বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ ।Body:বদৰপুৰ: -- স্বাধীনতাৰ পাছত আজি প্ৰথম ভাৰত বাংলা সীমান্ত ৰ অনুন্নত গাওঁ টুকৰগ্ৰাম বিপদ বন্ধু বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ ।যোনটো গাও বৰাক, কুশিয়াৰা নৈৰ তীৰত অৱস্হিত । মানুহৰ বজাৰত যাবলৈ হলৈ হে নদীৰ পথেৰে বিপদ সংঙ্কুল যাতায়াত কৰিব লাগে । শনিবাৰে টুকৰগ্ৰামত অগ্নি নিৰ্বাপক বাহিনীৰ মক্ ড্ৰীল অনুষ্ঠান। অসম চৰকাৰৰ ফায়াৰ আৰু ইমাৰজেন্সী বিভাগৰ অধীনত বিপদ বন্ধু বাহিনী নামৰ এটা বাহিনী ঘটন কৰিলে । বিপদ বন্ধু বাহিনী বদৰপুৰ আৰু কাটিগৰা কৰ্মি সকলয়ে আৰু ৱদৰপুৰ ফায়াৰ আৰু ইমাৰজেন্সী বিভাগে এই পিছ পৰা গাওৰ ৰাইজক সজাগতাৰ ভাৱে আগুন আৰু আপাতকালীন ব্যবস্থাৰ এক মক্ ড্ৰীল অনুষ্ঠান কৰে । এই অনুষ্ঠানত গোটা গাওঁৰ ৰাইজৰ , বি এস এফ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী অংশ গ্ৰহণ কৰি ইমান অজানা তথ্য শিকিলে । নুৰুল ইচলাম এই মক্ ড্ৰীল টো দেখুৱাইছে । বদৰপুৰ বিপদ বন্ধু বাহিনী এই আয়োজনক টুকৰগ্ৰাম ৰাইজ আৰু বি এস এফ কৰ্মি সকলয়ে ধন্যবাদ জনালে আৰু এনে সচেতনতা অনুষ্ঠানৰ কৰাৰ দাৱী জনাইছে ।

স্বপ্নজিৎ নাথ বদৰপুৰ ই টিভি ভাৰতৰ অসম Conclusion:news
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.