ETV Bharat / state

মিজো আৰক্ষীৰ বাধাৰ সন্মুখীন বিধানসভাৰ উপাধ্যক্ষ - Lailapur assam

আজিও উত্তেজনা অব্যাহত আছে অসম-মিজোৰাম সীমান্তৱৰ্তী লাইলাপুৰত ৷ লাইলাপুৰবাসীৰ মনৰ অৱস্থাৰ বুজ লোৱাৰ লগতে সীমান্ত অঞ্চল পৰিদৰ্শনৰ বাবে উপস্থিত হৈছিল সাংসদ ৰাজদীপ ৰয়ৰ লগতে অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ ৷ বিধানসভাৰ উপাধ্যক্ষগৰাকীক সীমান্ত পৰিদৰ্শন কৰাৰ সময়ত বাধা প্ৰদান কৰে মিজো আৰক্ষীয়ে ৷

A group of representative of assam government visited lailapur area cachar assam etv bharat news
উত্তেজনা অব্যাহত
author img

By

Published : Oct 21, 2020, 1:24 PM IST

কাছাৰ,21 অক্টোবৰ: অশান্ত অসম-মিজোৰাম সীমান্ত ৷ সীমান্তৱৰ্তী এই অঞ্চলটো পৰিদৰ্শন কৰি সীমান্তবাসীৰ মনৰ অৱস্থাৰ বুজ লবলৈ লাইলাপুৰত উপস্থিত হৈছে এজনৰ পিছত আনজন জন প্ৰতিনিধি ৷ শেহতীয়াকৈ এই অঞ্চলত উপস্থিত হৈছে শিলচৰৰ সাংসদ ৰাজদীপ ৰয় ৷ ৰয়ৰ লগতে উপস্থিত থাকে অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ আৰু বিজেপিৰ কাছাৰ জিলাৰ সভাপতি কৌশিক ৰয় ৷

উত্তেজনা অব্যাহত সীমান্তত

উল্লেখ্যে যে, অসমৰ ভূমিত মিজোৰ আগ্ৰাসন সন্দৰ্ভত আজিও সীমান্তত অব্যাহত আছে উত্তেজনা ৷ সাংসদ ৰাজদীপ ৰয়ে সীমান্তৱৰ্তী অঞ্চলটো পৰিদৰ্শন কৰি স্থানীয় প্ৰশাসনৰ লগতে ৰাইজৰ লগত মত বিনিময় কৰে ৷ ইফালে, সীমান্ত পৰিদৰ্শন কৰা সময়ত বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰে মিজো আৰক্ষীৰ বাধাৰ সন্মুখীন হোৱাৰ এক অভিযোগ উত্থাপিত হৈছে ৷

লগতে চাওকঃ উত্তেজনা অব্যাহত অসম-মিজোৰাম সীমান্তত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.