ETV Bharat / state

সন্ধানহীন পুত্ৰ-কন্যাক বিচাৰি আমৰণ অনশন পিতৃ-মাতৃ

author img

By

Published : Dec 30, 2019, 9:23 PM IST

শিশু দুগৰাকীৰ সন্ধানত পিতৃ-মাতৃয়ে বিগত 6 মাহ ধৰি প্ৰশাসনৰ কাষ চাপে যদিও প্ৰশাসনে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ পিতৃ-মাতৃৰ ৷ যাৰ অন্তত আমৰণ অনশনত বহে দুৰ্ভগীয়া পিতৃ-মাতৃ ৷

শিলচৰ
সন্ধানহীন পুত্ৰ-কন্যাক বিচাৰি আমৰণ অনশন পিতৃ-মাতৃ

শিলচৰ, 30 ডিচম্বৰঃ বিগত 6 মাহ ধৰি নিখোজ দুই সন্তানৰ বাবে আমৰণ অনশনত বহিল এহাল পিতৃ-মাতৃ । দীৰ্ঘদিন ধৰি জিলা প্ৰশাসনিক কৰ্মকৰ্তাক আবেদন-নিবেদন কৰাৰ পাচতো কোনো ফল লাভ কৰা নাই পিতৃ-মাতৃয়ে । যাৰ বাবে উপায়হীন হৈ সোমবাৰৰ পৰা আমৰণ অনশনত বহে শিলচৰৰ মালিনী বিল এলেকাৰ সুনধন দাস আৰু তেখেতৰ পত্নী ৷

উল্লেখ্য যে, সৌৰভ দাস আৰু সুপ্ৰিয় দাস ক্ৰমে 11 আৰু 6 বছৰৰ শিশু দুগৰাকী বিগত 6 মাহ ধৰি নিখোজ হৈ আছে ৷ শিশু দুগৰাকীৰ সন্ধানত পিতৃ-মাতৃয়ে বিগত 6 মাহ ধৰি প্ৰশাসনৰ কাষ চাপে যদিও প্ৰশাসনে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন পিতৃ-মাতৃৰ ৷ যাৰ অন্তত আমৰণ অনশনত বহে দুৰ্ভগীয়া পিতৃ-মাতৃ ৷ সন্ধাহীন শিশু দুগৰাকী সম্ভেদ নোপোৱা পৰ্যন্ত অনশন কৰিব বুলিও মন্তব্য কৰে পিতৃ-মাতৃ দুগৰাকীয়ে ৷

আৰু পঢ়কঃ স্তব্ধ হিমাচলৰ লাহোল স্পীতিৰ জনজীৱন, -30 ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা

Intro:6 মাহ ধৰি নিখোজে দুই সন্তানৰ বাৰে আমৰণ অনশন বহিল পিতৃ আৰু মাতৃয়ে।
দীৰ্ঘ দিন ধৰি জেলা প্ৰশাসনিক কৰ্ম্মকৰ্তা সকলৰ নিকট বহু বার আবেদন নিবেদন কৰাৰ পিছত একো ফল পাওয়া নাই ।উপায় না পাই আজিৰ পৰা আমৰণ অংশনত বহিছে তেওঁ লোকে।Body:সৌৰভ দাস আৰু (11)সুপ্ৰিয় দাস (6) বিগত 6 মাস ধৰি নিখোজা । মাতৃ আৰু পিতৃ বাৰংবাৰ আৰক্ষী ওচৰলৈ যাই আবেদন নিবেদন কৰাৰ পিছত ও একো কৰিব নোৱাৰি লে জেলা প্ৰশাসন আৰু পুলিচ প্ৰশাসন। বাধ্য হৈ তেওঁ লোকে আমৰণ অংশনত বহিছে শিলচৰৰ মালিনী বিল এলেকাৰ সুনধন দাস আৰু তাৰ পত্নী।।
তেওঁ লোকৰ কথা যেতিয়া লোকে নিজৰ কণমানি নাপায় তেতিয়া লোকে অনশন অব্যাহত থাকিব।Conclusion:এতিয়া চাবলৈ আছে কাছাৰ জেলাপ্ৰশাসন আৰু পুলিচ প্ৰশ্বাসন কি বা পদক্ষেপ লয় ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.