ETV Bharat / state

ইয়ং সৃজনগ্ৰামৰ অনলাইন ফটোগ্ৰাফী প্ৰতিযোগিতা - বঙাইগাঁও

আগ্ৰহী প্ৰতিযোগীসকলে নিজৰ নাম-ঠিকনাৰ লগতে ফটোৰ স্থান উল্লেখেৰে ৫ জুনৰ নিশা ১২ বজাৰ ভিতৰত dainondins@gmail.com ইমেইল আইডিত ফটোসমূহ প্ৰেৰণ কৰিব লাগিব । ২০ জুনৰ ভিতৰত ফলাফল ঘোষণা হ'বলগীয়া প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলক অনলাইনযোগে পুৰস্কাৰ আৰু প্ৰমাণপত্ৰ প্ৰেৰণ কৰা হ'ব বুলি জনাইছে ইয়ং সৃজনগ্ৰামৰ সভাপতি-সম্পাদকে।

ইয়ং সৃজনগ্ৰামৰ অনলাইন ফটোগ্ৰাফী প্ৰতিযোগিতা
author img

By

Published : Jun 2, 2019, 9:26 PM IST

নিউজ ডেস্ক, 2 জুনঃ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বঙাইগাঁও জিলাৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান 'ইয়ং সৃজনগ্ৰাম'ৰ উদ্যোগত অনলাইন ফটোগ্ৰাফী প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । প্ৰতিযোগিতাৰ বাবে ফটোৰ বিষয় বঙাইগাঁও জিলাৰ প্ৰকৃতি, পৰ্যটন, ঐতিহ্যক নিৰ্ধাৰণ কৰা হৈছে । ফটোসমূহ বঙাইগাঁও জিলাকেন্দ্ৰিক হোৱাটো বাঞ্চনীয় । এগৰাকী প্ৰতিযোগীয়ে এখন ফটোৰেহে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব । আগ্ৰহী প্ৰতিযোগীসকলে নিজৰ নাম-ঠিকনাৰ লগতে ফটোৰ স্থান উল্লেখেৰে 5 জুনৰ নিশা 12 বজাৰ ভিতৰত dainondins@gmail.com ইমেইল আইডিত ফটোসমূহ প্ৰেৰণ কৰিব লাগিব । 20 জুনৰ ভিতৰত ফলাফল ঘোষণা হ'বলগীয়া প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলক অনলাইনযোগে পুৰস্কাৰ আৰু প্ৰমাণপত্ৰ প্ৰেৰণ কৰা হ'ব বুলি জনাইছে ইয়ং সৃজনগ্ৰামৰ সভাপতি-সম্পাদকে। সবিশেষৰ বাবে 8638233646 আৰু 8638861390 নম্বৰত যোগাযোগ কৰিবলৈ আয়োজকসকলে আহ্বান জনাইছে।

Intro:Body:

aa

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.