ETV Bharat / state

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 1, 2022, 5:02 PM IST

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

5 বজাৰ 10 টা শীৰ্ষ বাতৰি
5 বজাৰ 10 টা শীৰ্ষ বাতৰি

DU ragging controversy: ৰেগিংকাণ্ডক লৈ মুখ খুলিছে পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ আৱাসীসকলে

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ লগত তৃতীয় শক্তি জড়িত হৈ আছে(Dibrugarh university Ragging incident) । বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ আবাসীসকলে বৃহস্পতিবাৰে পোনপ্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে এই কথা । তৃতীয় শক্তিয়ে পৰিচালনা কৰিছে বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত সংঘটিত হোৱা ভয়ংকৰ ৰেগিংকাণ্ড(Dibrugarh University ragging controversy) ।

Anand Sharma Operation: তিনি ঘন্টা ধৰি চলা আনন্দ শৰ্মাৰ জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন

তিনি ঘন্টা ধৰি চলা জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হ’ল আনন্দ শৰ্মাৰ (Anand Sharma Operation) ৷ আদিত্য নাৰ্চিং হোমত নিউৰ'চাৰ্জনৰ অভিজ্ঞ চিকিৎসক ডাঃ অনিল পান্নালালৰ (DR. Anil Pannalal) নেতৃত্বত পাঁচজনীয়া চিকিৎসকৰ দলে প্ৰায় তিনি ঘন্টা ধৰি জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে ৷

Gujarat Poll Phase 1: গুজৰাটৰ 14382 টা ভোটকেন্দ্ৰত চলি আছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

চুৰাট-কচ্চ আৰু দক্ষিণ গুজৰাটৰ 19 খন জিলাক সামৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে (Voting begins in 89 seats across 19 districts) ৷ মুঠ 182 টা সমষ্টিৰ প্ৰথম পৰ্যায়ত 89 টা আৰু দ্বিতীয় পৰ্যায়ত 93 সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ প্ৰথম পৰ্যায়ত ভাগ্য নিৰ্ণয় হ’ব 788 গৰাকী প্ৰাৰ্থীৰ (Gujarat Poll Phase 1)। পুৱা 8 বজাত ভোটগ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে ভোট কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী দেখা গৈছে ।

DU ragging incident: কঠোৰ হাতেৰে দমন কৰা হ’ব ৰেগিং: মুখ্যমন্ত্ৰী

মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ হোষ্টেলত থাকিব নোৱাৰিব প্ৰাক্তন ছাত্ৰ-ছাত্ৰী । ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ভয়ংকৰ ৰেগিংকাণ্ডৰ পাচত কঠোৰ পদক্ষেপ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ (Assam CM Himanta Bishwa Sarma reacted on DU ragging) ।

Pakistan woman vote in Junagadh: গুজৰাটত ভোটদান কৰিলে পাকিস্তানৰ মহিলাই..!

পাকিস্তানৰ মহিলাই প্ৰথমবাৰৰ বাবে ভাৰতৰ গুজৰাটত ভোটদান কৰিলে । জুনাগড়ত জীৱনৰ প্ৰথমটো ভোটদান কৰি আনন্দিত হেমা মনীষ আহুজা নামৰ মহিলাগৰাকী (Pakistan woman vote for the first time)।

Teacher Farewell meeting: ধেমাজিত প্ৰধান শিক্ষয়িত্ৰীক বিদায় সম্বৰ্দ্ধনা

ধেমাজিত বীনা সন্দিকৈ নামৰ প্ৰধান শিক্ষয়িত্ৰীক বিদায় সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে (Teacher Farewell meeting) ৷

FIFA World Cup 2022: ফিফা বিশ্বকাপৰ ক্ষুদ্ৰতম প্ৰতিকৃতি নিৰ্মাণ ভাৰতৰ ইকবাল চাক্কাৰ

চাক্কাই কয় যে তেওঁ আশা কৰিছে যে কাটাৰত যিটো দলেই বিশ্বকাপ জয় কৰে সেই দলটোকেই তেওঁৰ দ্বাৰা নিৰ্মিত বিশ্বৰ আটাইতকৈ সৰু ট্ৰফীটো প্ৰদান কৰা উচিত (Qatar World Cup 2022) । তেওঁ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰও লিখিছে চাক্কাই ।

AAMSU protest: নৱনিৰ্মিত দলং মুকলিৰ দাবীত কৃষ্ণাইত প্ৰতিবাদ

গোৱালপাৰা জিলাৰ কৃষ্ণাইত নৱনিৰ্মিত দলং মুকলি কৰাৰ দাবী (Protest at Krishnai)। আমছু আৰু ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ উদ্যোগত ২ ঘণ্টীয়া অৱস্থান কাৰ্যসূচী । অতিশীঘ্ৰে দলং মুকলি কৰি দিবলৈ চৰকাৰক দাবী প্ৰতিবাদকাৰীৰ ।

Illegal Affairs: পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে আৰক্ষী কৰ্মীৰ সংসাৰত আউল !

পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে থানবান হ'বলৈ ধৰিছে এখন সুখৰ সংসাৰ ৷ অসম আৰক্ষীৰ এগৰাকী আৰক্ষী বিষয়াৰ লগতে আন এগৰাকী ব্যক্তিৰ বাবে নাৰায়ণপুৰত ভাঙোনমুখী এই সংসাৰ (Illegal affairs of wife in Narayanpur) ৷ নাৰায়ণপুৰ চোমধৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷

Modis reply to Kharge: ৰামৰ অস্তিত্ব বুজি নাপায় বাবেই ৰামভক্ত মোদীক ৰাৱণ সজাইছে কংগ্ৰেছে

‘‘পৰাজয় অব্যাহত আছে বাবে কংগ্ৰেছৰ মানসিক ভাৰসাম্যৰ অৱনতি ঘটিছে (PM Modi to Mallikarjun Kharge) ৷ মই গুজৰাটৰ, আপোনালোকে মোৰ ওপৰত এটা ডাঙৰ বক্তব্য দিছে । প্ৰতিবাৰেই কংগ্ৰেছে ঘূৰাই ঘূৰাই কথা কৈছে ৷ কোমল ভাষাত কথা পাতিছে, কংগ্ৰেছ ৰিম’ট কণ্ট্ৰ’লেৰে চলি আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.