ETV Bharat / state

যোগীঘোপাৰ কুঁজীয়া নৈত সন্ধানহীন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

বৃহস্পতিবাৰে কুঁজীয়া নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল দুজন ছাত্ৰ ৷ ছাত্ৰ দুজন ক্ৰমে অভয়াপুৰীৰ বিজু আহমেদৰ পুত্ৰ ডাৰ্কিৱ আহমেদ (19)আৰু জিতেন ৰায়ৰ পুত্ৰ নৱজিৎ ৰায় (20) । বৃহস্পতিবাৰে বিয়লিৰ পৰা আৰক্ষী আৰু এছডিআৰএফয়ে ছাত্ৰ দুজনৰ সন্ধানত অভিযান চলাই আছিল যদিও সফল হোৱা নাছিল ।

author img

By

Published : Jun 14, 2019, 9:52 AM IST

যোগীঘোপাৰ কুঁজীয়া নৈত সন্ধানহীন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

বঙাইগাঁও, 14 জুনঃ বঙাইগাঁৱৰ যোগীঘোপাৰ কটাশবাৰীত শোকাৱহ ঘটনা ৷ বৃহস্পতিবাৰে কুঁজীয়া নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল দুজন ছাত্ৰ ৷ ছাত্ৰ দুজন ক্ৰমে অভয়াপুৰীৰ বিজু আহমেদৰ পুত্ৰ ডাৰ্কিৱ আহমেদ (19)আৰু জিতেন ৰায়ৰ পুত্ৰ নৱজিৎ ৰায় (20) । বৃহস্পতিবাৰে বিয়লিৰ পৰা আৰক্ষী আৰু এছডিআৰএফয়ে ছাত্ৰ দুজনৰ সন্ধানত অভিযান চলাই আছিল যদিও সফল হোৱা নাছিল । অৱশেষত শুকুৰবাৰে পুৱা এছডিআৰএফৰ দলে নদীৰ বুকুৰ পৰা ছাত্ৰ দুজনৰ মৃতদেহ উদ্ধাৰ কৰে ।

যোগীঘোপাৰ কুঁজীয়া নৈত সন্ধানহীন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

উল্লেখ্য যে, বৃহস্পতিবাৰে ডাৰ্কিব, নৱজিতৰ সৈতে অভয়াপুৰীৰে শ্বাহিল হুছেইন, আৰু আনিচুৰ ৰহমান নামৰ মুঠ ৪ জন ছাত্ৰই গা ধুবলৈ গৈছিল কটাশবাৰীৰ কুঁজীয়া নদীলৈ । গা ধুই থাকোতে হঠাৎ দুজন ছাত্ৰ সন্ধানহীন হৈ পৰিছিল । আনহাতে, শুকুৰবাৰে এছডিআৰএফয়ে ছাত্ৰ দুজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছত অভয়াপুৰীত শোকৰ ছাঁ পৰিছে ।

Intro:Students dead dody recoveredBody:Slug- Students dead body recovered
Date- 14.06.19

Voice Over - বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কটাশবাৰীত বৃহস্পতিবাৰে বিয়লি সংঘটিত হৈছিল এক শোকাবহ ঘটনা। কুঁজীয়া নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল দুজন কলেজীয়া ছাত্ৰ। ছাত্ৰ দুজন ক্ৰমে অভয়াপুৰীৰ বিজু আহমেদৰ পুত্ৰ ১৯ বছৰীয়া ডাৰ্কিৱ আহমেদ (নীৰ)আৰু জিতেন ৰায়ৰ পুত্ৰ ২০ বছৰীয়া নৱজিৎ ৰায়। বৃহস্পতিবাৰে বিয়লিৰ পৰা আৰক্ষী আৰু SDRF য়ে ছাত্র দুজনৰ সন্ধানত অভিযান চলাই আছিল যদিও সফল হব পৰা নাছিল। অৱশেষত আজি পুৱা SDRF ৰ দলে নদীৰ বুকুৰ পৰা ছাত্র দুজনৰ মৃতদেহ উদ্ধাৰ কৰে। বৃহস্পতিবাৰে ডাৰ্কিব, নৱজিৎৰ সৈতে অভয়াপুৰীৰে শ্বাহিল হুছেইন, আৰু আনিচুৰ ৰহমান নামৰ মুঠ ৪ জন ছাত্ৰই গা ধুবলৈ গৈছিল কটাশবাৰীৰ কুজীয়া নদীলৈ । গা ধুই থাকোতে হঠাৎ দুজন ছাত্র সন্ধানহীন হৈ পৰিছিল দুজন ছাত্ৰ। আজি SDRF য়ে ছাত্র দুজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত অভয়াপুৰীত শোকৰ ছা পৰিছে। ।

Regards
Indranil Das
News Contributor
E TV BHARAT
ABHAYAPURI SOUTHConclusion:Visuals 2
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.