ETV Bharat / state

বঙাইগাঁৱত আমছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী - আমছু

বঙাইগাঁৱত NRC ত আপত্তি দৰ্শোৱাৰ নামত অযথা হাৰাশাস্তি বন্ধ কৰাৰ দাবীত আমছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেচনেও অংশ গ্ৰহণ কৰে এই প্ৰতিবাদত ৷

বঙাইগাঁৱত আমছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী
author img

By

Published : May 13, 2019, 7:32 PM IST

Updated : May 14, 2019, 4:19 PM IST

বঙাইগাঁও,13 মে': সদৌ অসম সংখ্যালঘূ ছাত্ৰ সন্থা(আমছু)ৰ অসমব্যাপি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ শেষতীয়াকৈ এন আৰ চিৰ নামত ভাষিক আৰু ধৰ্মীয় সংখ্যালঘূ লোকক অভিযোগ দি হাৰাশাস্তি কৰাৰ বিৰোধিতাৰে ৰূপায়ণ কৰা হয় এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ । একেদৰেই বঙাইগাঁৱতো জিলা আমছুৱে দিনৰ ১১ বজাৰ পৰা দুঘন্টীয়াকৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ন কৰে । আমছুৰ এই প্ৰতিবাদী কাৰ্যসূচীত বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ সদস্যইও অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয় ।

Slug : As_Chg_13th May_806 & 807 _Bongaigaon AAMSU protest against NRC objection_viz & byt_Abdul Maleque Ahmed. 

File 806 send by mojo & file 807 send by ftp. 

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ আজি অসম ব্যাপি জিলা সদৰ,মহকুমা সদৰত শেষতীয়াকৈ হোৱা এন আৰ চিৰ নামত ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু লোকৰ নামত হোৱাই নোহোৱাই অভিযোগ দি হাৰাশাস্থি কৰা কাণ্ডৰ বিৰুদ্ধে ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসুচি ৰূপায়ন কৰে । একেদৰেই বঙাইগাঁওতো বঙাইগাঁও জিলা আমছুৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্য্যসুচি ৰূপায়ন কৰে দিনৰ ১১ বজাৰ পৰা ১ বজালৈ । আমছুৰ এই প্ৰতিবাদী কাৰ্য্যসুচিত বেঙ্গলি যুৱ ছাত্ৰ ফেডাৰেচনৰ লোকেও অংশ গ্ৰহন কৰা পৰিলক্ষিত হয় । যধে মধে দিয়া অভিযোগ সমুহ পত্যাহাৰ কৰাৰ দাবী জনায় আমছুয়ে । 

বাইট : ৰেজাউল কৰিম সৰকাৰ,সভাপতি আমছু । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
Last Updated : May 14, 2019, 4:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.