ETV Bharat / state

চৰকাৰৰ ৰঙা চকু নেওচি ৰাজ্যত অব্যাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ

author img

By

Published : Dec 19, 2019, 8:33 PM IST

চৰকাৰৰ কঠোৰ শাসনক ওফোৰাই ৰাজ্যবাসীয়ে সাব্যস্ত কৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ,বৃহস্পতিবাৰে ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে প্ৰতিবাদত উত্তাল হয় বঙাইগাওঁ জিলা,সমান্তৰালকৈ গুৱাহাটী মহানগৰী আৰু শোণিতপুৰৰ ৰঙাপৰাতো সাব্যস্ত হয় নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বিৰুদ্ধে ৰাজ্যবাসী
চৰকাৰৰ কঠোৰ শাসনৰ মাজতে অব্যাহত প্ৰতিবাদ

বঙাইগাওঁ,19 ডিচেম্বৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদ ৷ চৰকাৰৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে সকলো ৷ ক্ৰমাৎ ৰাজ্যত বৃদ্ধি হৈছে অৰাজকতা ৷ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত বৃহস্পতিবাৰে উত্তাল হয় বঙাইগাওঁ,গুৱাহাটী,ৰঙাপৰা

সদৌ অসম উকীল সন্থাৰ ৰাজভৱন চলো কাৰ্যসূচী

লগতে চাওকঃৰাজ্যৰ শেহতীয়া পৰিস্থিতিত শংকিত বিজেপি বিধায়ক, মুখ্যমন্ত্ৰীক সাক্ষাৎ

Intro:

বঙাইগাৱঁত পৃথক পৃথকে কা ৰ বিৰুদ্ধে প্ৰতিবাদ ৷

কা ৰ বিৰুদ্ধে আজিও প্ৰতিবাদত সৰৱ হৈ আছে ৷
বঙাইগাৱঁত আজিও ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ দেখা গল ৷

স্থানীয় গান্ধীময়দানত চিপিআই এম দলৰ নেতা কৰ্মী সকলে কা ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰুপায়ন কৰে ৷ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱজান হৈ দলৰ নেতা সকলে নতুনকৈ জাপিদিব বিছৰা এই আইন খন তেতিয়াও মানি লোৱা নহব বুলি প্ৰকাশ কৰে ৷

বাইট দিলো ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।

Body:বঙাইগাৱঁত পৃথক পৃথকে কা ৰ বিৰুদ্ধে প্ৰতিবাদ ৷

Conclusion:বঙাইগাৱঁত পৃথক পৃথকে কা ৰ বিৰুদ্ধে প্ৰতিবাদ ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.