ETV Bharat / state

মানিকপুৰত হাঁহ চুৰিৰ অভিযোগত গুৰুলাগুৰুল প্ৰহাৰ - মানিকপুৰত হাঁহ চুৰিৰ অভিযোগত গুৰুলাগুৰুল প্ৰহাৰ

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাণ্ডাৰা গাওঁৰ ছুৰমান আলী আৰু খাইৰুল ইছলাম নামৰ দুজন কিশোৰক হাঁহ চুৰিৰ অভিযোগত একে গাঁৱৰে তিনিভাতৃ হাফিজ ময়নাল হক,জাকিৰ হুছেইন আৰু আমিৰ হুছেইনে আইন হাতত তুলি লৈ অমানুষিক নিৰ্যাতন চলায় ৷ মৰেল পুলিচ ৰূপী তিনি ভাতৃয়ে দুয়ো কিশোৰক বৈদ্যুতিক তাঁৰেৰে প্ৰহাৰ কৰে ৷

মানিকপুৰত ম’ৰেল পুলিচৰূপী দানৱঃ বৈদ্যুতিক তাঁৰেৰ প্ৰহাৰ কিশোৰক
author img

By

Published : Oct 23, 2019, 3:16 PM IST

মানিকপুৰ, 23 অক্টোবৰঃ মানিকপুৰত সংঘটিত হৈছে গণ প্ৰহাৰৰ ঘটনা ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাণ্ডাৰা গাঁৱৰ ছুৰমান আলী আৰু খাইৰুল ইছলাম নামৰ দুজন কিশোৰক হাঁহ চুৰিৰ অভিযোগত একে গাঁৱৰে তিনিভাতৃ হাফিজ ময়নাল হক,জাকিৰ হুছেইন আৰু আমিৰ হুছেইনে আইন হাতত তুলি লৈ অমানুষিক নিৰ্যাতন চলায় ৷ তিনি ভাতৃয়ে মিলি দুয়োটি কিশোৰকে বৈদ্যুতিক তাঁৰেৰে প্ৰহাৰ কৰে ৷

মানিকপুৰত হাঁহ চুৰিৰ অভিযোগত গুৰুলাগুৰুল প্ৰহাৰ

উল্লেখ্য যে,অভিযুক্ত তিনি ভাতৃয়ে কিশোৰদ্বয়ক কোঠালীৰ ভিতৰত আবদ্ধ কৰি মাৰপিট কৰে ৷ বাহিৰৰ পৰা বহুলোকে মানা কৰে যদিও কাৰো বাধা কেৰেপ নকৰি অত্যাচাৰ চলাই যায় কিশোৰদ্বয়ৰ ওপৰত ৷ পৰৱৰ্তী সময়ত গাঁৱৰ একাংশ লোকে আহি কোনোমতে কিশোৰ দুজনক উদ্ধাৰ কৰে ৷ আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিলে হত্যাৰ ভাবুকি প্ৰদান কৰে অভিযুক্ত লোককেইজনে ৷

লগতে চাওকঃ দৰঙত অন্ন সুৰক্ষা আঁচনিৰ চাউল হৰলুকিৰ অভিযোগ

Intro:মানিকপুৰত মৰেল পুলিছগিৰি। হাহ চুৰি কৰাৰ সন্দেহত ৰডেৰে কোবালে এজন যুবকক। অঞ্চলজুৰি প্ৰতিক্ৰিয়া। Body:উত্তৰ অভয়াপুৰী, 23 অক্টোবৰ - বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাণ্ডাৰাত মৰেল পুলিছৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে ভাণ্ডাৰা গাওঁৰ ছুৰমান আলী আৰু খাইৰুল ইছলাম নামৰ দুজন কিশোৰক হাহ চুৰিৰ অভিযোগত একে গাঁৱৰে তিনিভাতৃ হাফিজ ময়নাল হক, জাকিৰ হুছেইন আৰু আমিৰ হুছেইনে মৰেল পুলিছৰ ৰুপ লৈ অমানসিক নিৰ্যাতন চলায়। মৰেল পুলিছৰুপী তিনি ভাতৃয়ে লোহাৰ ৰডেৰে ভৰিৰ পৰা পিঠিলৈ কোবায়। কোঠালীৰ ভিতৰত আবদ্ধ কৰি মাৰপিট কৰে যদিওঁ বাহিৰৰ পৰা বহুলোকে মানা কৰে যদিও কাৰো বাধা কেৰেপ নকৰি অত্যাচাৰ চলাই যায়। নিৰ্যাতনৰ সামান্য দৃশ্য এজনলোকে মবাইলত বন্দী কৰে। পিছত গাৱৰ একাংশ লোকে আহি কোনোমতে কিশোৰ দুজনক উদ্ধাৰ কৰে। আনকি ঘটনাটো কাকো কলে বা এজাহাৰ দিলে হত্যা কৰিব বুলি ভাবুকি দিয়ে। মৰেল পুলিছৰ ভয়ত কোনেও মুখ খুলিব পৰা নাই যদিও এজনী শিশুৱে কেনেকৈ নিৰ্যাতন চলায় তাৰ বৰ্ণনা কৰে। আনকি মৰেল পুলিছৰ মূৰত টুপি পিন্ধি থকাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।Conclusion:ভুক্তভোগী আৰু প্ৰতক্ষ্যদৰ্শীৰ মন্তব্য।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.