ETV Bharat / state

মানিকপুৰত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ - SEIZED

শুকুৰবাৰে মানিকপুৰত গেৰুকাবাৰী আৰক্ষীয়ে জব্দ কৰে 10 লাখ টকাৰ চেগুন কাঠ

মানিকপুৰত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ
author img

By

Published : Jun 29, 2019, 8:11 AM IST

মানিকপুৰ,29 জুনঃ বঙাইগাঁও জিলাৰ গেৰুকাবাৰী আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গেৰুকাবাৰীত এখন অবৈধ কাঠ ভৰ্তি ট্ৰাক আৰক্ষীয়ে জব্দ কৰে । জব্দকৃত ট্ৰাক খনৰ নম্বৰ AT 26 TD 5409 । উক্ত কাঠৰ গাড়ী খন ডিমাপুৰৰ পৰা শিলিগুৰিলৈ গৈ থকা অৱস্থাত গেৰুকাবাৰীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা গুৰুনানক নামৰ লাইন হোটেলত ৰখিছিল । সেই সময়তে গেৰুকাবাৰী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰীনৱজ্যোতি ৰায়ে এক বিশেষ সূত্ৰৰ পম খেদি গাড়ীখন আটক কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত আটকাধীন ট্ৰাক খন মাণিকপুৰ আৰক্ষী থানালৈ আনি ধাৰা নং 160/19/ under section 420/379/44/34 IPC ধাৰাত এক গোচৰ ৰুজু কৰি কাঠসহ ট্ৰাকখন আৰক্ষীয়ে জিম্মাত ৰাখে । ট্ৰাকখনত বনচুম আৰু চেগুন কাঠ আছে ।

Intro:Body:

Intro:মানিকপুৰত চোৰাং কাঠ ভৰ্ত্তি ট্ৰাক জব্দ ।গেৰুকাবাৰী আৰক্ষীয়ে জব্দ কৰে ১০ লাখ টকাৰ চেগুন কাঠ।Body: বঙাইগাঁও জিলাৰ গেৰুকাবাৰী আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গেৰুকাবাৰীত এখন অবৈধ কাঠ ভৰ্তি ট্ৰাক আৰক্ষীয়ে জব্দ কৰে ।জব্দকৃত ট্ৰাক খনৰ নম্বৰ AT 26 TD 5409। উক্ত কাঠৰ গাড়ী খন ডিমাপুৰৰ পৰা শিলিগুৰীলৈ গৈ থকা অৱস্থাত গেৰুকাবাৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা গুৰুনানক নামৰ লাইন হোটেলত ৰখিছিল । সেই সময়তে গেৰুকাবাৰী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰীনৱজ্যোতি ৰায়ে এক বিশেষ সূত্ৰৰ পম খেদি গাড়ীখন আটক কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত আটকাধীন ট্ৰাক খন মাণিকপুৰ আৰক্ষী থানালৈ আনি case NO. 160/19/ under section 420/379/44/34 IPC ধাৰাত এক গোচৰ ৰুজু কৰি কাঠসহ ট্ৰাকখন আৰক্ষীৰ জিম্মাত ৰাখে। ট্ৰাকখনত বনচুম আৰু চেগুন কাঠ আছে। জব্দকৃত অবৈধ কাঠখিনিৰ আনুমানিক মূল্য ১০ লাখ মান হব বুলি ধাৰনা কৰা হৈছে।Conclusion:

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.