ETV Bharat / state

ৰাজ্যত পুনৰ সাম্প্ৰদায়িকতাৰ ঘটনা... গৰু চোৰ সজাই মাৰ ধৰ মুছলমান ধৰ্মাৱলম্বী চালকক - DRIVER BEATEN

মাণিকপুৰৰ বেচিমাৰিত গাড়ীৰ চালক গৰুচোৰ সজাই মাৰধৰ একাংশ উদাণ্ড যুৱকৰ ৷ মাৰপিট কৰাৰ লগতে জ্বলাই মাইনউদ্দীন লোকজনৰ বাহন

গৰু চোৰ সজাই মাৰ ধৰ মুছলমান ধৰ্মাবলম্বী চালকক
author img

By

Published : Apr 19, 2019, 3:16 PM IST

Updated : Apr 19, 2019, 4:51 PM IST

মাণিকপুৰ, 19 এপ্ৰিলঃ মাণিকপুৰৰ বেচিমাৰিত গৰুচোৰ বুলি অভিযোগ তুলি মাৰপিট গাড়ীৰ চালকক ৷ চালকজন কলগাছিয়াৰ দাবনদীয়া গাঁৱৰ মাইনউদ্দীন । একাংশ উদণ্ড যুৱকে নিশা দাবী কৰা ২০ হেজাৰ টকা নিদিয়াৰ বাবেই গৰু চোৰৰ অভিযোগ আনি মাৰপিট কৰে চালকজনক । লগতে উদণ্ড লোক কেইজনে জ্বলাই দিয়ে মাইনউদ্দীনৰ AS 15AC 1760 নম্বৰৰ বাহনখন ৷ পিচত মাণিকপুৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰা হয় চালকজনক ।

ৰাজ্যত পুনৰ সাম্প্ৰদায়িকতাৰ ঘটনা

বিশ্বনাথ চাৰিআলিৰ অমানৱীয় ঘটনাৰ পিচত এইবাৰ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বেচিমাৰী গাঁৱত সংঘটিত হৈছে আন এক সাম্প্ৰদায়িক ঘটনা । এইবাৰ মাংস বিক্ৰীৰ বাবে নহয় । এইবাৰ মুছলিম সম্প্ৰদায়ৰ লোক হোৱাৰ বাবে চান্দাৰ নামত দাবী কৰা ২০ হেজাৰ টকা নিদিয়াৰ বাবেই গৰু চোৰৰ অভিযোগ আনি মাৰধৰ মাইনউদ্দীন নামৰ চালকজনক ৷

উল্লেখ্য যে, বঙাইগাঁও জিলাৰ বাংলাপাৰাত চিমেণ্ট নমাই ঘৰলৈ আহি থকা অৱস্থাত বেচিমাৰী চকত নিশা ৮:৩০ মান বজাত কেইজনমান উদণ্ড যুৱকে গাড়ীখন ৰখাই মাইনউদ্দীনক নাম সোধাৰ পাচতেই বিভিন্ন গালি-গালাছ পাৰি ২০ হেজাৰ টকা চান্দা দাবী কৰে । চান্দা দিব নোৱাৰাত গৰু চোৰ বুলি মাৰপিট কৰি ভুক্তভোগী চালক জনৰ বাহনখন জ্বলাই দিয়ে । পিচত মাণিকপুৰ আৰক্ষীৰ উদ্যোগত মাইনউদ্দীনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

মানিকপুৰৰ বেচিমাৰিত  গাড়ীৰ চালক গৰুচোৰ বুলি অভিযোগ কৰি চালকক  মাৰপিট জ্বলাই দিলে গাড়ী

মানিকপুৰৰ বেচিমাৰিত  গাড়ীৰ চালক গৰুচোৰ বুলি অভিযোগ কৰি চালকক  মাৰপিট জ্বলাই দিলে গাড়ী। চালকজন কলগাছিয়াৰ দাবনদীয়া গাঁওৰ মাইন উদ্দীন। একাংশ উদণ্ড যুৱকে নিশা দাবী কৰা ২০ হেজাৰ টকা নিদিয়াৰ বাবেই গৰু চোৰৰ অভিযোগ আনি চালকজনক কৰে মাৰপিট। মানিকপুৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰা হয় চালকজনক।

বিশ্বনাথ চাৰিয়ালীৰ আমানৱীয় ঘটনাৰ পিছত এইবাৰ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বেচিমাৰী গাঁওত সংঘটিত হৈছে আন এক ঘটনা। এইবাৰ মাংস বিক্ৰীৰ বাবে নহয়। এইবাৰ মুছলিম সম্প্ৰদায়ৰ এজন চালকক দাবী কৰা ২০ হেজাৰ টকা চান্দা নিদিয়াৰ বাবেই গৰু চোৰৰ অভিযোগ আনি মাইন উদ্দীন নামৰ এজন চালকক মাৰপিট কৰি AS 15AC 1760 নম্বৰ চোটা হাতী গাড়ী ভাংচুৰ কৰি জ্বলাই দিয়ে। উল্লেখ্যে যে, মাইন উদ্দীন নামৰ গাড়ীৰ চালকে বঙাইগাঁও জিলাৰ বাংলাপাৰাত চিমেণ্ট নমাই ঘৰলৈ আহি থকা অৱস্থাত বেচিমাৰী চকত নিশা ৮:৩০ মান বজাত কেইজনমান উদণ্ড যুৱকে গাড়ীখন ৰখাই মাইন উদ্দীনক সোধপোচ কৰে। নাম শুনাৰ পিছতেই বিভিন্ন গালি গালাছ পাৰি ২০ হেজাৰ টকা চান্দা বিচাৰে। চান্দা দিব নোৱাৰাত গৰু চোৰ বুলি মাৰপিট কৰি গাড়ীখন জ্বলাই দিয়ে। পিছত মানিকপুৰ আৰক্ষীৰ উদ্যোগত মাইন উদ্দীনক উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰা  হৈ আছে। ৰাইজেই ইয়াৰ উচিত ন্যায়ৰ দাবী উত্থাপন কৰিছে।

SLUG: 
A_GHY_802_19APRIL_DRIVER_BEATEN_VIS+BITE_S_KHAN

FEED : FTP
SCRIPT : MAIL
Last Updated : Apr 19, 2019, 4:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.