ETV Bharat / state

অভয়াপুৰীৰ বৰঘোলাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

অভিযুক্ত প্ৰফুল্ল ৰায় ওৰফে ৰাৱন বৰ্তমান কাৰাগাৰত বন্দী হৈ আছে । কিন্তু ৰাৱনে কিদৰে কাৰাগাৰৰ পৰা নিষিদ্ধ গাঞ্জাৰ ব্যৱসায় অব্যাহত ৰাখিছে সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত ।

ganza sized at abhayapuri
অভয়াপুৰীৰ বৰঘোলাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ
author img

By

Published : May 20, 2021, 8:47 PM IST

অভয়াপুৰী, 20 মে’: অভয়াপুৰীৰ বৰঘোলাৰ পাখিৰিগুৰিত বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে । আৰক্ষীয়ে প্ৰফুল্ল ৰায় ওৰফে ৰাৱন নামৰ লোকজনৰ বাসগৃহত অভিযান চলাই প্ৰায় ৮৬ কেজি পৰিমাণৰ গাঞ্জাখিনি জব্দ কৰে । প্ৰফুল্ল ৰায় ওৰফে ৰাৱনৰ বিৰুদ্ধে পূৰ্বতেও গাঞ্জা ব্যৱসায় কৰাৰ অভিযোগ উঠিছিল । আৰক্ষীয়ে কেইবাবাৰো আটক কৰিছিল প্ৰফুল্ল ৰায় ওৰফে ৰাৱনক ।

অভয়াপুৰীৰ বৰঘোলাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

অভিযুক্ত প্ৰফুল্ল ৰায় ওৰফে ৰাৱন বৰ্তমান কাৰাগাৰত বন্দী হৈ আছে । কিন্তু ৰাৱনে কিদৰে কাৰাগাৰৰ পৰা নিষিদ্ধ গাঞ্জাৰ ব্যৱসায় অব্যাহত ৰাখিছে সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত । আনহাতে অভয়াপুৰী আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰি আৰক্ষী চকীলৈ লৈ আনে ।

লগতে পঢ়ক : দেৱব্ৰত শইকীয়াই হ’ব অসম বিধানসভাৰ বিৰোধী দলপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.