ETV Bharat / state

বঙাইগাঁৱত মানাহ নদীৰ খহনীয়াৰ তাণ্ডৱ - manah river erosion

বঙাইগাঁৱৰ বৰৈচালাত মানাহ নদীৰ খহনীয়াৰ তাণ্ডৱ । চপৰা চপৰে খহিছে বিঘাই বিঘাই কৃষিভূমি । খৱৰ নাই কোনো জনপ্ৰতিনিধিৰ । শংকিত কৃষিজীৱি ৰাইজ ।

বঙাইগাঁও
বঙাইগাঁৱত মানাহ নদীৰ খহনীয়াৰ তাণ্ডৱ
author img

By

Published : May 27, 2020, 11:57 PM IST

উত্তৰ অভয়াপুৰী, ২৭ মে': বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বৰৈচালাত মানাহ নদীৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে । মানাহ নদীৰ তীব্ৰ সোতত চপৰা চপৰে খহিছে বিঘাই বিঘাই কৃষিভূমি । নদীত জাহ গৈছে শাক-পাচলিৰ খেতি, সেউজীয়া ধাননি পথাৰ । যাৰ বাবে ভূমিহীন কৃষকৰ পানীত হাঁহ-নচৰা অৱস্থা ।

বঙাইগাঁও
বঙাইগাঁৱত মানাহ নদীৰ খহনীয়াৰ তাণ্ডৱ

আতংকত ভুগিছে বৰৈচালা গাঁওবাসী । কিন্তু কানসাৰ নাই বিধায়ক আব্দুল হাই নাগৰি আৰু সাংসদ আব্দুল খালেকৰ। অৱশ্যে বিশিষ্ট সমাজকৰ্মী খোৱাজ উদ্দিন মণ্ডলে গৰাখহনীয়া ঠাই পৰিদৰ্শন কৰি সহায়ৰ আশ্বাস দিয়ে আৰু সাংসদ আব্দুল খালেকক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.