ETV Bharat / state

দৌল উৎসৱৰ দিনা পুৱাই বঙাইগাঁৱত উদ্ধাৰ আৰক্ষী জোৱানৰ মৃতদেহ

author img

By

Published : Mar 9, 2020, 1:39 PM IST

সোমবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সোণাখুলী পাহাৰৰ নামনিত উদ্ধাৰ এগৰাকী আৰক্ষী জোৱানৰ মৃতদেহ । জোৱানজনক অপহৰণ কৰি এনেদৰে হত্যাৰ সন্দেহ একাংশৰ ৷

deathbody recover at Bongaigaon Abhayapuri
দৌল উৎসৱৰ দিনা পুৱাই বঙাইগাঁৱত উদ্ধাৰ আৰক্ষী জোৱানৰ মৃতদেহ

বঙাইগাঁও,9 মাৰ্চঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীত চাঞ্চল্যকৰ ঘটনা । দৌল উৎসৱৰ দিনা ৰাতিপুৱাই উদ্ধাৰ এগৰাকী আৰক্ষী জোৱানৰ মৃতদেহ । অভয়াপুৰীৰ সোণাখুলীত পথৰ দাঁতিত উদ্ধাৰ আৰক্ষী জোৱানজনৰ মৃতদেহ । মূৰত চোকা অস্ত্ৰৰ আক্ৰমণৰ চিন থকাৰ লগতে মৃতদেহটোৰ কাষতে উদ্ধাৰ এডাল লোৰ ৰ'ড ৷ জানিব পৰা মতে , মৃতদেহটো অভয়াপুৰীৰ বৰিগাঁওৰ কৰুনা ৰায় নামৰ এজন আৰক্ষী জোৱানৰ ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ ঘটনাটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ ইফালে জোৱানজনক অপহৰণ কৰি এনেদৰে হত্যাৰ সন্দেহ একাংশৰ ৷ অৱশ্যে সমগ্ৰ ঘটনাটো বৰ্তমান সোমাই পৰিছে ৰহস্যৰ আৱৰ্তত ৷

লগতে পঢ়কঃইউটিউবে জীৱন সলনি কৰিলে লখিমপুৰৰ এজন যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.