ETV Bharat / state

উত্তৰ অভয়াপুৰীৰ শতাধিক কংগ্ৰেছ কৰ্মীৰ অগপত যোগদান

উত্তৰ অভয়াপুৰীত কংগ্ৰেছৰ খহনীয়া। সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্যা আৰু পঞ্চায়ত সদস্যৰ লগতে ১৫০ জন কংগ্ৰেছ কৰ্মী আনুষ্ঠানিকভাৱে অগপ দলত যোগদান কৰে ৷

CONGORES MEMBER AGP JOINING AT UTTAR ABHYAPURI
উত্তৰ অভয়াপুৰী শতাধিক কংগ্ৰেছ কৰ্মীৰ অগপত যোগদান
author img

By

Published : Aug 13, 2020, 10:03 PM IST

উত্তৰ অভয়াপুৰী,১৩আগষ্টঃ বৃহস্পতিবাৰে উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত কীৰ্তন পাৰা গাওঁ পঞ্চায়তৰ কংগ্ৰেছী সভানেত্ৰী পূৰ্ণীমা মণ্ডল আৰু স্বামী প্ৰকাশ চন্দ্ৰ মণ্ডলে অগপত যোগদান কৰে ৷ ইপিনে আঞ্চলিক সদস্যা সুবাশমিতা ৰায় আৰু চাৰিগৰাকী কংগ্ৰেছী পঞ্চায়ত সদস্যৰ লগতে ১০০ জন কংগ্ৰেছ কৰ্মীয়ে অ.গ.প. দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে ।

উত্তৰ অভয়াপুৰী শতাধিক কংগ্ৰেছ কৰ্মীৰ অগপত যোগদান

ইপিনে একেখন সভাতে নিৰ্দলীয় সদস্য সোনা উদ্দিনৰ লগতে আন ৫০ জন কংগ্ৰেছ কৰ্মীয়ে অগপ দলত যোগদান কৰে বুলি জানিব পৰা গৈছে ৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে উত্তৰ অভয়াপুৰী সমষ্টিতো নিৰ্বাচনী কুছ কাৱাজ আৰম্ভ কৰিছে অসম গন পৰিষদ দলে ৷ সভাত প্ৰাক্তন বিধায়ক ভূপেন ৰায় আৰু জিলা সম্পাদক কেশৱ দেৱ শৰ্মাৰ উপস্থিতিত বালাৰচৰ মাত্ৰাঘোলা আৰু কীৰ্তন পাৰা আঞ্চলিক কমিটী গঠন কৰে। প্রাক্তন বিধায়ক ভূপেন ৰায়ে ৰাইজক একগোট হৈ অগপ দলক শক্তিশালী কৰিবলৈ আহব্বান জনায় আৰু অনাগত দিনত ৰাইজৰ হৈ কাম কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ।

লগতে পঢ়কঃ 45 হাজাৰ লোকৰ যাতায়তৰ একমাত্ৰ সম্বল ঠেলা আৰু নাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.