ETV Bharat / state

মৰাপাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে ছিঙিলে কোটিটকীয়া দলং

ফেনে ফোটোকাৰে বাঢ়িছে মৰাপাগলাদিয়া নৈৰ পানী ৷ খৰস্ৰোতা পানীৰ ফলত মঙলবাৰে ছিগি যায় বাক্সাৰ মুছলপুৰ - সুৱনখাটা সংযোগী পথৰ সুৱনখাটাৰ কোটিটকীয়া দলং ৷

author img

By

Published : Jul 23, 2019, 6:29 PM IST

মৰাপাগলাদিয়া নৈৰ বাঢ়নি পানীয়ে ছিগিলে কোটিটকীয়া দলং

চাপাগুৰি, 23 জুলাই : বিগত কিছুদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত ফেনে ফোটোকাৰে বাঢ়িছে মৰাপাগলাদিয়া নৈৰ পানী ৷ ভূটানৰ পৰা বৈ অহা খৰস্ৰোতা পানীৰ ফলত মঙলবাৰে ছিগি যায় বাক্সাৰ মুছলপুৰ - সুৱনখাটা সংযোগী পথৰ সুৱনখাটাৰ কোটিটকীয়া দলং ৷ বিটিচি গঠন হোৱাৰ পাচতে কোটি টকা খৰচ কৰি অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ সুবিধাৰ কাৰণে নিৰ্মাণ কৰা হৈছিল দলংখনৰ ৷ কিন্তু বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মৰাপাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে মাজভাগতে চিঙি পেলায় কংক্ৰীটৰ দলংখন ৷ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে মুছলপুৰ - সুৱনখাটা সংযোগী পথটোৰ যাতায়ত ব্যৱস্থা ৷

Intro:ভুটানৰ বাঢ়নি পানীয়ে চিঙি পেলালে সুৱনখাটা মৰাপাগলাদিয়া নৈৰ ওপৰত থকা কৌটিটকীয়া দলং # যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ # Body:ৰাজ্যৰ দ্বিতিয়টো বানত চিঙিল বাক্সাৰ মুছলপুৰ মহকুমাৰ মৰাপাগলাদিয়া নৈৰ ওপৰত থকা কংক্ৰীতৰ দলং ৷ যোৱা কেইদিন ধৰি হোৱা মুষলধাৰ বৰষুনৰ ফলত ফেনে ফুটোকাৰে বঢ়িছে মৰাপাগলাদিয়া নৈৰ পানী ৷ ভুটানৰ পৰা বৈ অহা খৰস্ৰোতা পানীৰ ফলত বাক্সা জিলাৰ মুছলপুৰ - সুৱনখাটা সংযোগী পথৰ সুৱনখাটাৰ কৌটিটকীয়া দলং খন মংগলবাৰে চিঙি যায় ৷ বিটিচি গঠন হোৱাৰ পাচত কোটি টকা খৰচ কৰি যাতায়তৰ সুবিধাৰ কাৰনে নিৰ্মান কৰিছিল দলং খন ৷ যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুনৰ ফলত মংগলবাৰে পুৱা মৰাপাগলাদিয়া নৈৰ বাঢ়নি পানীয়ে মাজভাগতে চিঙি পেলায় কংক্ৰীটৰ দলংখন ৷ দলংখনৰ ওপৰেৰে আহ- যা কৰা বাইক আৰহীও দলং ভাঙি নৈত পৰে বুলি ৰাইজে মন্তব্য কৰে ৷ ইফালে দলংখন ভাঙি যোৱাৰ ফলত মুছলপুৰ - সুৱনখাটা সংযোগী পথটোৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৷Conclusion:বাইট-
চাপাগুৰিৰ পৰা ৰিদিপ জ্যোতি দাস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.