ETV Bharat / state

কাঠফুলাৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন শিক্ষিত যুৱকৰ - স্বাৱলম্বী

কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা বঙাইগাঁওৰ এজন শিক্ষিত যুৱক । কল খেতি,মৌ পালন আৰু কাঠফুলা খেতিৰে স্বাৱলম্বী জিষ্ণু ৰাম ৰায়।

Bongaigaon Sefl employed youth by Agriculture
কাঠফুলাৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন শিক্ষিত যুৱকৰ
author img

By

Published : Oct 29, 2020, 3:38 PM IST

বঙাইগাঁও,29 অক্টোবৰ: অসম কৃষি প্ৰধান ৰাজ্য যদিও শিক্ষিত যুৱক-যুৱতী সকলক চৰকাৰে উপযুক্ত ভাৱে প্ৰশিক্ষণৰ ৱ্যৱস্থা নকৰা তথা অন্যান্য বিভিন্ন কাৰণত আজি কৃষি কৰ্মৰ পৰা বহু আতৰত ৰৈছে শিক্ষিতচাম ৷ কিন্তু তেনে সময়তে কৃষি কৰ্মেৰে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন বঙাইগাঁও জিলাৰ এজন শিক্ষিত যুৱকৰ।

কাঠফুলাৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন শিক্ষিত যুৱকৰ

কাঠফুলাৰ খেতিৰে স্বাৱলম্বিতাৰ সপোন দেখিছে বঙাইগাঁওৰ জিষ্ণু ৰাম ৰায়ে। কাঠফুলাৰ লগতে মৌমাখি পালন আৰু কলৰ বাগানেৰে হৈছে স্বাৱলম্বী। নিবনুৱা যুৱক-যুৱতীসকলক দেখুৱাইছে উৎকৃষ্ট নিদৰ্শন।

Bongaigaon Sefl employed youth by Agriculture
কাঠফুলাৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন শিক্ষিত যুৱকৰ

চৰকাৰী চাকৰিৰ পিছত দৌৰি সময় নষ্ট নকৰি কৃষি কৰ্মৰে আত্মনিৰ্ভৰশীল হৈছে বঙাইগাঁও জিলাৰ এই যুৱকজনে । উচ্চ শিক্ষা লাভ কৰি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ সৈতে যোগাযোগ কৰি কৃষি কৰ্মত ব্ৰতি হৈ আত্মনিৰ্ভৰশীল হৈছে জিষ্ণু ৰামে ৷

কাঠফুলাৰ খেতিৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে নিবনুৱা যুৱক-যুৱতীসকলক কাঠফুলা খেতিৰ প্ৰশিক্ষণো দিয়ে জিষ্ণু ৰাম ৰায়ে ৷ বিগত চাৰি বছৰে কৃষি কৰ্মত জড়িত হোৱা যুৱকজনে বৰ্তমান নিজকে এজন সফল খেতিয়ক বুলি দাবী কৰিছে।

লগতে পঢ়ক: মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাহসী মহিলা মঞ্চৰ প্ৰতিবাদ বেলতলা বজাৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.