ETV Bharat / state

8 টা অস্থায়ী চাফাই কৰ্মীৰ পদৰ বাবে সাক্ষাৎকাৰলৈ আহিল তিনি হাজাৰ প্ৰাৰ্থী

তিনি মাহৰ বাবে নিযুক্ত হ'ব লগীয়া 8টা পদত অৱৰ্তীৰ্ণ হ'ল প্ৰায় তিনি হাজাৰ গৰাকী প্ৰাৰ্থী । এই সাক্ষাৎকাৰ অনুষ্ঠিত হয় বঙাইগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত ৷

অস্থায়ী চাফাই কৰ্মীৰ 8 টা পদৰ বাবে প্ৰায় তিনি হাজাৰ প্ৰাৰ্থী অৱতীৰ্ণ সাক্ষাৎকাৰত

author img

By

Published : Jun 30, 2020, 9:50 PM IST

বঙাইগাঁও, 30 জুনঃ ৰাজ্যত নিবণুৱা সমস্য়াৰ জলন্ত উদাহাৰণ পোৱা গ'ল বঙাইগাঁৱত । জিলাখনৰ COVID চিকিৎসালয় এখনৰ বাবে 8 গৰাকী অস্থায়ী প্ৰাৰ্থী বিচাৰি আবেদন বিছৰা হৈছিল । সেই অনুসৰি মঙলবাৰে অনুষ্ঠিত হৈছিল সাক্ষাৎকাৰ । তিনি মাহৰ বাবে নিযুক্ত হ'ব লগীয়া 8টা পদত অৱৰ্তীৰ্ণ হ'ল প্ৰায় তিনি হাজাৰ গৰাকী প্ৰাৰ্থী ।

সাক্ষাৎকাৰৰ বাবে দীঘলীয়া শাৰী
সাক্ষাৎকাৰৰ বাবে দীঘলীয়া শাৰী
8 টা পদৰ বাবে প্ৰায় তিনি হাজাৰ প্ৰাৰ্থী অৱতীৰ্ণ সাক্ষাৎকাৰত

উল্লেখনীয় যে, ৰাজ্যত বৃদ্ধি পাই থকা COVID আক্ৰান্তৰ সংখ্যাৰ বাবে সকলোকে অধিক সতৰ্ক হ'বলৈ আহ্বান জনোৱাৰ সময়তে সাক্ষাৎকাৰ দিবলৈ অহা সময়ত যুৱক যুৱতী অধিকাংশৰে মাজত দেখা নাগ'ল সামাজিক দূৰত্ব । আনকি বহুতে মাস্ক পৰিধান নকৰাকৈয়ো দীঘলীয়া শাৰীত থিয় দি থকা দেখা পোৱা গ'ল ।

নাই কোনো সামাজিক দূৰত্ব
নাই কোনো সামাজিক দূৰত্ব
অস্থায়ী চাফাই কৰ্মীৰ 8 টা পদৰ বাবে প্ৰায় তিনি হাজাৰ প্ৰাৰ্থী অৱতীৰ্ণ সাক্ষাৎকাৰত

উল্লেখ্য যে, এই সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল বঙাইগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত ৷ পূৰ্বতে উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও সাক্ষাৎকাৰৰ স্থান সোমবাৰে স্থানান্তৰিত কৰা হৈছিল ।

8 টা পদৰ বাবে প্ৰায় তিনি হাজাৰ প্ৰাৰ্থী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.