বঙাইগাঁও, 7 আগষ্টঃ বঙাইগাঁৱত শক্তিবিভাগৰ চৰম গাফিলতি৷ চুঙাপোতা গাঁৱৰ দিলীপ কুমাৰ চৌধুৰী নামৰ লোকজনৰ ১ জুলাইৰ পৰা ১ আগষ্টলৈ বিদ্যুতৰ বিল আহিল ১০,৪৪,১৩৭ টকা । অঞ্চলটোত প্ৰায়ে হৈ থকা এই ধৰণৰ বিসংগতিত শক্তিবিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ৷ বিভাগীয় কৰ্তৃপক্ষক এই ধৰণৰ ঘটনাৰ ওপৰত গুৰুত্ব প্ৰদানৰ দাবী স্থানীয় ৰাইজৰ৷
দহ লাখ টকাৰ এখন বিদ্যুতৰ বিল - চুঙাপোতা
বঙাইগাঁৱৰ চুঙাপোতা গাঁৱৰ দিলীপ কুমাৰ চৌধুৰীৰ ঘৰত বিদ্যুতৰ বিল আহিল দহ লক্ষাধিক টকা । শক্তিবিভাগৰ হেমাহি তথা বিদ্যুতৰ বিল দেখি চকু কপালত উঠিল ভুক্তভোগীৰ
দহ লাখ টকাৰ এখন বিদ্যুতৰ বিল
বঙাইগাঁও, 7 আগষ্টঃ বঙাইগাঁৱত শক্তিবিভাগৰ চৰম গাফিলতি৷ চুঙাপোতা গাঁৱৰ দিলীপ কুমাৰ চৌধুৰী নামৰ লোকজনৰ ১ জুলাইৰ পৰা ১ আগষ্টলৈ বিদ্যুতৰ বিল আহিল ১০,৪৪,১৩৭ টকা । অঞ্চলটোত প্ৰায়ে হৈ থকা এই ধৰণৰ বিসংগতিত শক্তিবিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ৷ বিভাগীয় কৰ্তৃপক্ষক এই ধৰণৰ ঘটনাৰ ওপৰত গুৰুত্ব প্ৰদানৰ দাবী স্থানীয় ৰাইজৰ৷
Intro:বঙাইগাঁও জিলাৰ চুঙাপোতা গাঁওত বিদ্যুতৰ বিল আহিল দহ লক্ষাধিক টকা । বিদ্যুতৰ বিল দেখি অঞ্চলটোত চাঞ্চল্য।
Body:বঙাইগাঁও জিলাৰ ঢালিগাঁওৰ চুঙাপোতা গাঁওত দিলিপ কুমাৰ চৌধুৰী নামৰ লোকজনৰ ঘৰৰ ১ জুলাইৰ পৰা ১ আগষ্টলৈ বিদ্যুতৰ বিল আহিল ১০৪৪১৩৭/ (দহ লাখ চৌৱাল্লিচ হেজাৰ এশ সাত ত্ৰিশ)টকা । প্ৰায়েই বিদ্যুত বিভাগৰ পৰা বিদ্যুতৰ বিলৰ এই ধৰনৰ বিসংগতি হোৱা পৰিলক্ষিত হয় ।বৰ্তমান ঘৰে ঘৰে গৈ বিদ্যুতৰ ব্যৱহাৰ হোৱা ইউনিট দেখি লগে লগে বিল দিয়ে । কিন্ত তাৰ পিচতো ইমান বিসংগতি কিয় বুলি বিদ্যুতৰ গ্ৰাহক সকলে প্ৰশ্ন কৰা পৰিলক্ষিত হৈছে।
বাইট : ঘৰৰ গৰাকি ।
Conclusion:বিদ্যুত বিভাগৰ বিলৰ বেমেজালি নতুন কথা নহয় প্ৰায়েই বিভাগটোয়ে বিসংগতিপুৰ্ণ বিল দিয়া পৰিলক্ষিত হয়।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।