ETV Bharat / state

এন আৰ চিত নাম নাই বিধায়ক অনন্ত মালোৰ

author img

By

Published : Aug 31, 2019, 10:50 PM IST

আজি প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত নাম নাই অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ বিধায়ক অনন্ত কুমাক মালোৰ ৷ এন আৰ চিত এতিয়া নিজৰ নাম বিচাৰি নাপায় ভাগি পৰিছে বিধায়ক গৰাকী ৷

এন আৰ চিত নাম নাই বিধায়ক অনন্ত মালোৰ

দক্ষিণ অভয়াপুৰী, 31 আগষ্ট: শনিবাৰে ঘোষিত হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা নাম বাদ পৰিল বৰপেটা জিলাৰ অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ এ আই এউ ডি এফ দলৰ বিধায়ক অনন্ত কুমাৰ মালোৰ৷ চূড়ান্ত তালিকাত স্থানীয় বিধায়কৰ নাম কৰ্তন হোৱা বিষয়টোৱে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বঙাইগাঁও জিলাত ৷ এন আৰ চিত পৰিয়ালৰ আটাইবোৰ সদস্যৰ নাম থকাৰ বিপৰীতে নিজৰ নামটো চূড়ান্ত তালিকাত নথকাত আশ্চৰ্য প্ৰকাশ কৰিছে খোদ বিধায়ক অনন্ত মালোৱে ৷ বিধায়ক গৰাকীয়ে সংবাদিকৰ আগত জনাই যে অতি শীঘ্ৰেই তেও এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে যাৱতীয় কাম-কাজ সম্পাদন কৰিব ৷ পিছে এইদৰে এগৰাকী জনপ্ৰতিনিধিৰ নাম নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা কৰ্তনৰ পাছত এন আৰ চি কতৃপক্ষ কিদৰে জবাবদিহি হয় সেইয়াহে লক্ষণীয় হ'ব ৷

Intro:NRCBody:Date 31.08.19

Slug- NRC চূড়ান্ত তালিকাত নাম নাই বিধায়ক অনন্ত মালোৰ

Voice Over- শনিবাৰে ঘোষিত হোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাত নাম বাদ পৰিল অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালোৰ ৷ এ আই এউ ডি এফ দলৰ বিধায়কজনৰ নাম নথকা বিষয়টোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁও জিলাত ৷পৰিয়ালৰ আটাইবোৰ সদস্যৰ নাম থকাৰ বিপৰীতে নিজৰ নামটো এন আৰ চিৰ চূড়ান্ত তালিকাত নথকাত আশ্চৰ্য প্ৰকাশ কৰিছে বিধায়কজনে৷ নাম অন্তৰ্ভুক্তিৰ বাবে যাৱতীয় কামখিনি অনতিপলমে কৰিব বুলি জনায় বিধায়কগৰাকীয়ে। byte

Regards

Indranil Das

News Contributor

ETV BHARAT ASSAM

Abhayapuri South

Conclusion:Byte MLA
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.