ETV Bharat / state

নৱম স্থানত উজলিল বঙাইগাঁৱৰ অজশ্বেতা

প্ৰশাসনিক বিষয়া হোৱাৰ মন নৱম স্থান প্ৰাপ্ত অজশ্বেতা বশিষ্ঠ গোস্বামীৰ ৷

author img

By

Published : Jun 25, 2020, 7:20 PM IST

arts-9th-position-from-bongaigaon
নৱম স্থানত উজলিল বঙাইগাঁৱৰ অজশ্বেতা

বঙাইগাঁও,25জুনঃ বঙাইগাঁও জিলাৰ মেধাৱী ছাত্ৰী অজশ্বেতা বশিষ্ঠ গোস্বামীয়ে 467 নম্বৰ লাভ কৰি নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ নৱম স্থান প্ৰাপ্ত ছাত্ৰী অজশ্বেতাৰ মন এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ ৷

নৱম স্থানত উজলিল বঙাইগাঁৱৰ অজশ্বেতা

বঙাইগাঁও বৰপাৰাৰ বাসিন্দা তথা জলসিঞ্চন বিভাগৰ কনিষ্ঠ অভিযন্তা হিৰণ্য গোস্বামী আৰু প্ৰণিতা গোস্বামীৰ জীয়ৰী অজশ্বেতা বশিষ্ঠ গোস্বামীৰ এই সফলতাই পৰিয়ালৰ লগতে আনন্দিত কৰি তুলিছে শিক্ষক-শিক্ষয়ত্ৰী সকলক ৷
লগতে পঢ়কঃকলা শাখাৰ তৃতীয় স্থানত ডুমডুমাৰ মৌমিতা কোঁৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.