ETV Bharat / state

Allegation against CDPO : শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ বিৰুদ্ধে কমিচন লোৱাৰ অভিযোগ - বইটামাৰী সংহত শিশু উন্নয়ন সেৱা প্ৰকল্প

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা বিজেপি চৰকাৰৰ দিনতে বঙাইগাঁও জিলাৰ বইটামাৰী সংহত শিশু উন্নয়ন সেৱা প্ৰকল্পত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ । শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ বিৰুদ্ধে শিশু খাদ্যৰ বাবে আৱন্টন হোৱা ধনৰ ২০ৰ পৰা ২৫ শতাংশ কমিচন লোৱাৰ অভিযোগ উত্থাপন (Allegation against CDPO of Bongaigaon for Corruption) ।

Alligation against CDPO of Bongaigaon for Corruption
বঙাইগাঁৱত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ বিৰুদ্ধে ২০ৰ পৰা ২৫ শতাংশ কমিচন লোৱাৰ অভিযোগ
author img

By

Published : Jul 19, 2022, 10:59 PM IST

বঙাইগাঁও, 19 জুলাই : বঙাইগাঁও জিলাৰ বইটামাৰী সংহত শিশু উন্নয়ন সেৱা প্ৰকল্পত সংগঠিত হৈছে ব্যাপক দুৰ্নীতিৰ অভিযোগ । শিশু উন্নয়ন প্ৰকল্প বিষয়া ভাৰতী কলিতাই শিশু খাদ্যৰ বাবে আৱন্টন হোৱা ধনৰ ২০ৰ পৰা ২৫ শতাংশ কমিচন লোৱাৰ অভিযোগ উত্থাপন হৈছে (Allegation against CDPO of Bongaigaon for Corruption) ।

অভিযোগ অনুসৰি, বিয়ষাগৰাকীয়ে দুজন ছুপাৰভাইজাৰৰ সহযোগত সংঘটিত কৰিছে ব্যাপক দুৰ্নীতি । প্ৰতিজন অংগনবাড়ী কৰ্মীৰ পৰা বিষয়াগৰাকীয়ে শিশু খাদ্যৰ বাবে আৱন্টন হোৱা ধনৰ ২০ৰ পৰা ২৫ শতাংশ কমিচন লোৱাৰ অভিযোগ উত্থাপন হৈছে । বিষয়াগৰাকীয়ে কৰ্মীসকলক ভয়-ভাবুকি, জোৰ জুলুমকৈ কমিচন লোৱাৰ সময়তে কমিচন লোৱাৰ সকলো দৃশ্য বন্দী হৈ ৰ'ল গোপন কেমেৰাত (Allegation against CDPO of Bongaigaon) ।

বঙাইগাঁৱত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ বিৰুদ্ধে ২০ৰ পৰা ২৫ শতাংশ কমিচন লোৱাৰ অভিযোগ

বিষয়াগৰাকীৰ এনে দুৰ্নীতিৰ বিৰুদ্ধে বঙাইগাঁও জিলা অংগনবাড়ী কৰ্মী সন্থাই অসম সঞ্চালক লৈ অভিযোগ দাখিল কৰিছে যদিও এতিয়ালৈকে বিষয়াগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । বৰ্তমান বিষয়াগৰাকীয়ে এনে কাণ্ডৰ পিছত দুৰ্নীতি বিৰোধী চৰকাৰখনে বিষয়াগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যনীয় হ'ব ৷

লগতে পঢ়ক : Pilgrims return from Mecca: মহিলাসহ উত্তৰ-পূৱৰ ছগৰাকী হজযাত্ৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.