ETV Bharat / state

গহপুৰ ডুবিয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰ

author img

By

Published : Feb 25, 2020, 11:01 PM IST

মঙলবাৰে বিশ্বনাথ জিলাৰ গহপুৰৰ ডুবিয়াত ৰেল লাইনৰ সমীপত উদ্ধাৰ হয় এটা মৃতদেহ ৷ স্থানীয় লোক এগৰাকীয়ে মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় গাঁৱৰক্ষী বাহিনীক খবৰ দিয়ে ৷

Unknown deadbody found at Gahpur
গহপুৰ ডুবিয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰ

বিশ্বনাথ, 25 ফেব্ৰুৱাৰীঃ গহপুৰৰ ডুবিয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য ৷ মঙলবাৰে বিশ্বনাথ জিলাৰ গহপুৰৰ ডুবিয়াত ৰেল লাইনৰ সমীপত উদ্ধাৰ হয় এটা মৃতদেহ ৷ স্থানীয় লোক এগৰাকীয়ে মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় গাঁৱৰক্ষী বাহিনীক খবৰ দিয়ে ৷ স্থানীয় ৰাইজ আৰু গাঁৱৰক্ষী বাহিনীয়ে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই ৷

গহপুৰ ডুবিয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰ

আৰু পঢ়কঃৰূপহীহাটত দিন দুপৰতে চাঞ্চল্যকৰ ডকাইতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.