ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Feb 17, 2022, 5:10 PM IST

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

মাজুলীত সোণোৱাল ‘চালানী’ নাছিল নেকি ?: দেৱব্ৰত শইকীয়া

সমাগত মাজুলীৰ উপ-নিৰ্বাচন ৷ মাজুলীক লৈ ৰাজ্যৰ ৰাজনৈতিক দলবোৰৰ মাজত চলিছে বহু জলপনা-কল্পনা ৷ মাজুলীৰ এই উপ-নিৰ্বাচনত কংগ্ৰেছৰ কোনো প্ৰাৰ্থী নাথাকে । কংগ্ৰেছে এইবাৰ মাজুলী এৰি দিছে অসম জাতীয় পৰিষদক ৷ এই লৈ শাসকীয় দলৰ মাজতো চলিছে চৰ্চা ৷ যাক লৈ এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Debabrat Saikia remarks on Sarbananda Sonowal) ৷

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাচতে আৰম্ভ হ'ল নাম সলনি কৰাৰ প্ৰক্ৰিয়া

পাণ্ডুৰ পৰা কামাখ্যা ধামলৈ যোৱা বিকল্প পথটো 'স্বামী মুক্তানন্দ সৰস্বতী পথ' নামেৰে নামাকৰণ কৰাৰ প্ৰস্তাৱেৰে গুৱাহাটী পৌৰ নিগমৰ বিজ্ঞাপন (Name changing process started in Guwahati) । ৰাইজৰ মতামতৰ বাবে ১৫ দিনলৈকে সময়সীমা । টুইটাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এখন চহৰ, নগৰ বা গাঁৱৰ নামে ঠাইখনৰ সংস্কৃতি, পৰম্পৰা আৰু সভ্যতাক প্ৰতিনিধিত্ব কৰিব লাগে ।

Nagaon Police Mission: ৪০ টাতকৈয়ো অধিক ম’বাইল ফোনসহ আটক চোৰ

নগাঁও আৰক্ষীৰ অভিযান কালত এইবাৰ জালত পৰিল গভাইত চোৰ (Thief arrested in Nagaon) ৷ বিগত বৰ্ষত ধাৰা ৩৪/৪৫৭ ধাৰা অনুসৰি ২৯১২/২১ নম্বৰত ৰুজু হোৱা এক গোচৰৰ তদন্ত কৰাৰ সময়তে চামগুৰিৰ বৰ্মাবিলৰ এখন দোকানৰ পৰা ৪০ টাতকৈয়ো অধিক চুৰি ম’বাইল জব্দ কৰে নগাঁও সদৰ আৰক্ষীয়ে ৷ লগতে নগাঁও সদৰ আৰক্ষীয়ে মিজানুৰ ৰহমান নামৰ এজনক আটক কৰিবলৈ সক্ষম হয় । সম্প্ৰতি নগাঁও সদৰ থানাত অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধপোছ ৷

Assam municipal election 2022: পৌৰসভা নিৰ্বাচনক লৈ তৎপৰ লখিমপুৰ জিলা বিজেপি

ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে পৌৰসভা নিৰ্বাচনৰ (Assam municipal election 2022) প্ৰস্তুতি । ইয়াৰ মাজতে শাসক-বিৰোধী দলৰ নেতাসকলৰ মাজত বাক-বিতণ্ডাও আৰম্ভ হৈছে । আৰম্ভ হৈছে অভিযোগৰ ৰাজনীতি । লখিমপুৰ জিলা বিজেপিৰ মতে জিলাখনৰ আটাইকেইটা ৱাৰ্ডতে বিজেপি মিত্ৰজোঁটৰ জয় নিশ্চিত ।

Majuli Bye Election 2022:মাজুলীত চিত্তৰঞ্জন বসুমতাৰীৰ মনোনয়নত সংগ লুৰীণজ্যোতি গগৈৰ

মাজুলীৰ উপ-নিৰ্বাচনক (Majuli bye election 2022) লৈ বিশেষ তৎপৰতা অসম জাতীয় পৰিষদ দলৰ । ইতিমধ্যে মনোনয়ন দাখিল কৰিলে অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী । মনোনয়ন দাখিলৰ পূৰ্বে মাজুলীত উপস্থিত অজাপ (AJP) দলৰ সভাপতি লুৰীণজ্যোতি গগৈ । কংগ্ৰেছ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীৰ মনোনয়ন দাখিলত সংগ দিলে লুৰীণজ্যোতি গগৈয়ে ।

কাজিৰঙা গঁড় হত্যাৰ মূল মাষ্টাৰ মাইণ্ড কেৰালাত গ্ৰেপ্তাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শিলেখুন্দা বন শিবিৰত সংঘটিত গঁড় হত্যাৰ মূল মাষ্টাৰ মাইণ্ডক কেৰালাত গ্ৰেপ্তাৰ (Rhino killer arrested in Kerala)। গঁড় হত্যা কৰিয়েই অসমৰ পৰা পলায়ন কৰি কেৰালাত আত্মগোপন কৰি আছিল আচমত আলী (Asmat Ali killed Rhino in Kaziranga) । অসম আৰক্ষীৰ এটা দলে বুধবাৰে নিশা কেৰালাৰ পৰা গ্ৰেপ্তাৰ কৰে আচমতক ৷

অসমীয়া কৃষ্টি-সংস্কৃতিক লৈ অংগৰাগ পাপনৰ নতুন প্ৰজেক্ট

অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণসকলৰ জনগোষ্ঠীয় নৃত্য ৰাতি বিহুৰ দৃশ্যাংশ গ্ৰহণৰ বাবে বুধবাৰৰ নিশা কাকপথাৰৰ সৰুমেচাই গাঁৱত উপস্থিত হয় শিল্পী অংগৰাগ পাপন মহন্ত(Papon new project on Assamese Culture) ৷ পূৰ্ব পৰিকল্পনা মতে নিশা সৰুমেচাই গাঁৱত ৰাতি বিহুৰ দৃশ্যাংশ গ্ৰহণ কৰি অসমৰ বিভিন্ন লোক-সংস্কৃতিৰ ওপৰত এক দীৰ্ঘ পৰিকল্পনা কৰি থকা বুলি সাংবাদিকক জানিবলৈ দিয়ে শিল্পীগৰাকীয়ে(Angarag Mahanta new project) ৷

TTAADC Village Committees general election: গাঁও কমিটিৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী টিপ্ৰাৰ

২০২১ চনৰ ৭ মাৰ্চতে উকলি গৈছে ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ অন্তৰ্গত গাঁও কমিটিৰ কাৰ্যকাল । কিন্তু এতিয়ালৈ চৰকাৰে নিৰ্বাচন (TTAADC Village Committees general election) অনুষ্ঠিত নকৰাত ক্ষোভিত টিপ্ৰা দল । নিৰ্বাচন সন্দৰ্ভত ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰেৰণ দলটোৰ । অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাজ্যপালৰ হস্তক্ষেপ দাবী ।

এক লাখ নতুন নিযুক্তি বনাম অৰ্ধ লক্ষাধিক অস্থায়ী কৰ্মচাৰী

এফালে চৰকাৰৰ এক লাখ নতুন নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি আনফালে ঠিকাভিত্তিক বা অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ । অস্থায়ী কৰ্মচাৰীৰ ওপৰত এতিয়াও নিৰ্ভৰশীল অসমৰ বহুকেইটা বিভাগ (Many departments in Assam dependent on contractual employees) । প্ৰায় অৰ্ধ লক্ষাধিক ঠিকাভিত্তিক কৰ্মচাৰী নিযুক্ত হৈ আছে অসমৰ বিভিন্ন বিভাগত । শিক্ষা বিভাগতে আছে প্ৰায় ৫৫ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰী ।

হলদিয়াৰ পৰা পাণ্ডুলৈ ষ্টীল কার্গ' ভর্তি বার্জৰ প্ৰথম যাত্রা শুভাৰম্ভ সর্বানন্দ সােণােৱালৰ

এই প্ৰথম যাত্ৰাত জামছেদপুৰত টাটা ষ্টীল লিমিটেডৰ দ্বাৰা নিৰ্মিত 1798 টন টি এম টি বাৰৰ কাৰ্গ' পৰিবহণ কৰা হৈছে । পাণ্ডুত সামগ্ৰীবোৰ আনলোড কৰাৰ পিছত বার্জসমূহ কলকাতা ড’ক ছিষ্টেমত (কে ডি এছ) ডিছচার্জৰ বাবে কয়লা কাগ'ৰ সৈতে ঘূৰি আহিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.