ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Apr 21, 2022, 1:02 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি

UK PM Boris Johnson arrives in India : দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ব্ৰিটিছ প্ৰধানমন্ত্ৰী

ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ দুদিনীয়া ভাৰত ভ্ৰমণ ৷ ইতিমধ্যে গুজৰাটৰ আহমেদাবাদত উপস্থিত হৈছে জনছন(UK PM Boris Johnson arrives in India) ৷ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বৃদ্ধি পোৱা গুৰুত্বৰ লগতে দুয়োখন দেশৰ দ্বি-পাক্ষিক সম্পৰ্ক বৃদ্ধি কৰিবলৈ তৎপৰ হৈ পৰিছে ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকী ৷

MLA Jignesh Mevani arrested : কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক গ্ৰেপ্তাৰ(MLA Jignesh Mevani arrested by Assam Police) অসম আৰক্ষীৰ ৷ গুজৰাটৰ পালামপুৰস্থিত আৱৰ্ত ভৱনৰ পৰা বুধবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিধায়ক গৰাকীক ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, অনুপ কুমাৰ দে’ৰ দ্বাৰা দাখিল কৰা অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে মেৱানীক ।

BJP worker shot dead : দিল্লীত বিজেপি কৰ্মীক গুলীয়াই হত্যা

ৰাজধানী দিল্লীত বিজেপি কৰ্মীক(BJP worker shot dead in Delhi) হত্যা ৷ বিজেপিৰ 42 বছৰীয়া কৰ্মীগৰাকীক গুলীয়াই হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই ৷ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে গাজীপুৰ আৰক্ষীয়ে ৷

নিৰ্বাচন আয়োগৰ পঞ্জীয়নভুক্ত হ'ল ৰাইজৰ দল

ৰাইজৰ দলৰ বাবে এক সু-খবৰ ৷ অৱশেষত ৰাজনৈতিক দল হিচাপে স্বীকৃতি পালে ৰাইজৰ দলে (Raijor dal recognized as a political party) ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷

হিমেশ ৰেশমিয়াক নিজৰ বায়’পিকত অভিনয় কৰিবলৈ আহ্বান ৰাণু মণ্ডলৰ

পশ্চিমবংগৰ এটা ৰে’ল ষ্টেচনত লতা মংগেশকাৰৰ গীত গোৱা এটা ভিডিঅ‘ ভাইৰেল হৈ পৰাৰ পাছতেই দেশজুৰি চৰ্চালৈ আহিছিল ৰাণু মণ্ডল ৷ ইয়াৰ পাছতেই টেলিভিছনৰ বিভিন্ন ৰিয়েলিটি শ্ব’লৈ নিমন্ত্ৰণ লাভ কৰাৰ লগতে সংগীত পৰিচালক তথা গায়ক হিমেশ ৰেশমিয়াই ৰাণু মণ্ডলক নিজৰ ছবিত কণ্ঠদান কৰিবলৈ নিমন্ত্ৰণ কৰিছিল ৷ সম্প্ৰতি ৰাণু মণ্ডলৰ জীৱনভিত্তিক এখন ছবি নিৰ্মাণ কৰিবলৈ সাজু হৈছে পৰিচালক হৃষীকেশ মণ্ডল(Ranu Mandal Biopic) ৷

Assam Arunachal Border Dispute : গঠন কৰা হ'ব 12 খনকৈ 24 খন সমিতি

অসম-অৰুণাচলৰ সীমা বিবাদ (Assam Arunachal Border Dispute) সন্দৰ্ভত বুধবাৰে কইনাধৰাৰ 1 নং অতিথিশালাত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ সিদ্ধান্ত । অসম-মেঘালয় সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰা আৰ্হি প্ৰযোজ্য হ'ব অসম-অৰুণাচলৰ ক্ষেত্ৰত । অসম আৰু অৰুণাচল প্ৰদেশৰ 12 খনকৈ মুঠ 24 খন সমিতি গঠন কৰি দিব ৰাজ্য চৰকাৰ দুখনে । নেতৃত্বত থাকিব কেবিনেট মন্ত্ৰী ।

Road accident in Karimganj : বদৰপুৰত শোকাৱহ পথ দুৰ্ঘটনাত নিহত 2

বৃহস্পতিবাৰে পুৱা অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা (Road accident at Badarpu) ৷ অট’ৰিক্সা আৰু ট্ৰেইলাৰ ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুই অট’ যাত্ৰী ৷ বিপৰীতে গুৰুতৰভাৱে আহত হয় অট’চালক ৷

Assam cabinet decisions: পকী হ’ব ৰাজ্যৰ ১০৮৫ খন কাঠৰ দলং

বুধবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক (Assam state cabinet)৷ ৰাজ্যৰ মুঠ ১,০৮৫ খন কাঠৰ দলং পকী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । ইয়াৰ বাবে কেবিনেটে ৪,৩৬০ কোটি টকা অনুমোদন জনায় ।

অসমত তৃণমূল কংগ্ৰেছৰ সভাপতি হ'ব ৰিপুন বৰা

অসমৰ দায়িত্বত থকা তৃণমূল কংগ্ৰেছৰ দলীয় নেতা মলয় ঘটকৰ সৈতে কলকাতাত ৰুদ্ধদ্বাৰ বৈঠক ৰিপুন বৰাৰ ৷ মে'ৰ দ্বিতীয় সপ্তাহত ৰিপুন বৰাক অসমত তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে আনুষ্ঠানিক ঘোষণাৰ কৰাৰ সম্ভাৱনা(Trinamool Congress in Assam ) ।

ছয় লাখ টকাৰ ড্রাগছসহ চাৰি সৰবৰাহকাৰী আটক

কৰিমগঞ্জ আৰক্ষীৰ সফলতা ৷ কৰিমগঞ্জত ড্রাগছসহ চাৰি সৰবৰাহকাৰীক আটক (Four suppliers with Drug arrested in Karimganj) ৷ ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা ছয় লাখ টকাৰ হেৰ'ইন জব্দ (Drugs seized at Karimganj) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.