ETV Bharat / state

বিহালীৰ সৰবৰাহী ব্যক্তি তুলশী দঙালৰ মৃত্যুত মন্ত্ৰী ৰঞ্জিত দত্ত শোক প্ৰকাশ

বিহালীৰ বটীয়ামাৰীৰ নিবাসী তুলশী দঙালৰ বিয়োগ বিহালী বিধায়ক তথা কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ শোক প্ৰকাশ ।

author img

By

Published : Oct 20, 2020, 10:52 PM IST

tolshi dangal pass away at bihali
বিহালীৰ সৰবৰাহী ব্যক্তি তুলশী দঙালৰ মৃত্যুত মন্ত্ৰী ৰঞ্জিত দত্ত শোক প্ৰকাশ

বিশ্বনাথ, ২০অক্টোবৰঃ মঙলবাৰে বিহালীৰ বটীয়ামাৰীৰ নিবাসী তথা অঞ্চলটোৰ সৰবৰহী ব্যক্তি তুলশী দঙালে শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৪৯ বছৰ ৷ উল্লেখ্য যে, অঞ্চলটোৰ সৰবৰহী লোক হিচাপে পৰিচিত তুলশী দঙালে বিগত কেইবামাহো ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন আছিল যদিও অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানে ৷

সম্প্ৰতি তেখেতৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ বিৰাছ কৰিছে ৷ ইপিনে বটীয়ামাৰী অঞ্চলৰ সৰবৰহী ব্যক্তি তুলশী দঙালৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বিহালী সমষ্টি বিধায়ক তথা অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্তই। লগতে শোক প্ৰকাশ কৰে বিহালী বিজেপি মণ্ডল কমিতি, বাঘমৰা মণ্ডল কমিতি লগতে বিহালী প্ৰেছ ক্লাৱেও । তুলশী দঙালে মৃত্যুৰ সময়ত পত্নী ,মাতৃ, এগৰাকীকৈ পুত্ৰ আৰু কন্যাক ইহ সংসাৰত এৰি যায় ৷

লগতে পঢ়কঃ সন্মুখত পূজাঃ বজাৰত নাই পূৰ্বৰ ব্যস্ততা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.