ETV Bharat / state

চাহ শ্ৰমিকৰ 20% বোনাচ শ্ৰীঘ্ৰে প্ৰদানৰ দাবী আটছাৰ

পূজালৈ মাথোঁ কেইটামান দিন বাকী হাহাকাৰ চাহ শ্ৰমিকৰ ৷ বাগিচাই বাগিচাই প্ৰতিবাদ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ ৷

চাহ শ্ৰমিকৰ 20% বোনাচ শেঘ্ৰে প্ৰদানৰ দাবী আটছাৰ
author img

By

Published : Sep 22, 2019, 1:51 PM IST

Updated : Sep 22, 2019, 8:53 PM IST

বিশ্বনাথ, 22 চেপ্তেম্বৰঃ চৰকাৰে একাংশ চৰকাৰী চাহ বাগিছাৰ শ্ৰমিকৰ ২০% বোনাছ দিয়া ঘোষণা কৰিছে যদিও চাহ বাগিচাৰ শ্ৰমিকে বৰ্তমানলৈ লাভ কৰা নাই প্ৰাপ্য ধন৷ এই সন্দৰ্ভত ই টিভি ভাৰত অসমৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজেন কুমাৰ আৰু সাধাৰণ সম্পাদক পৱন বেদিয়াই বোনাছৰ ক্ষেত্ৰত কোনো ভেকো-ভাওনা নচলিব বুলি চৰকাৰক সকীয়াই দিয়ে ৷

বোনাচ শীঘ্ৰে প্ৰদানৰ দাবী আটছাৰ
ইফালে লোক সভা নিৰ্বাচনৰ পূৰ্বে অসমৰ বৃত্তমন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে চাহ শ্ৰমিক সকলক বিনামূলীয়া চেনি প্ৰদান কৰা হব ৷ কিন্তু বৰ্তমান লৈকে এই প্ৰতিশ্ৰুতিও ৰক্ষা নকৰাত ক্ষোভ প্ৰকাশ কৰে আটছা কেন্দ্ৰীয় সমিতি সাধাৰণ সম্পাদক পৱন বেদিয়াই ।

Intro:as_biswanath_801_22_seb_vis_dl_bonas_scrpt_as10018

Body:as_biswanath_801_22_seb_vis_dl_bonas_scrpt_as10018

Conclusion:as_biswanath_801_22_seb_vis_dl_bonas_scrpt_as10018
Last Updated : Sep 22, 2019, 8:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.