ETV Bharat / state

বন্দুক, লাঠিৰ পৰিৱৰ্তে হাতত ঝাড়ু লৈ ৰাজপথত আৰক্ষী

author img

By

Published : Oct 1, 2019, 3:40 AM IST

সোমবাৰে বিশ্বনাথ, মৰিগাঁৱৰ লাহৰিঘাট আৰু শিৱসাগৰৰ শিমলুগুৰি আৰক্ষীৰ হাতত ঝাড়ু লৈ স্বচ্চতা অভিযান

বন্দুক, লাঠিৰ পৰিৱৰ্তে হাতত ঝাড়ু লৈ ৰাজপথত আৰক্ষী

বিশ্বনাথ, 30 ছেপ্টেম্বৰ : সমগ্ৰ ৰাজ্যজুৰি গান্ধী জয়ন্তী উপলক্ষে বৰ্তমান ব্যাপক ৰূপত চলি আছে স্বচছ ভাৰত অভিযানৰ লগতে প্লাষ্টিক বৰ্জন কাৰ্যসূচী ৷ এই ক্ষেত্ৰত পিছ পৰি থকা নাই আৰক্ষী প্ৰশাসনো ৷ লাঠি, বন্দুকৰ পৰিৱৰ্তে হাতত ঝাড়ু লৈ স্বচ্চ ভাৰত অভিযানৰ অংশ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ আৰক্ষী প্ৰশাসন ৷ সোমবাৰে বিশ্বনাথ, মৰিগাঁৱৰ লাহৰিঘাট আৰু শিৱসাগৰৰ শিমলুগুৰি আৰক্ষীয়ে উদ্যোগ লয় স্বচ্চ ভাৰত অভিযান কাৰ্যসূচীৰ ৷ এই তিনিখন ঠাইৰ আৰক্ষীয়ে পুৱাৰ পৰা হাতত ঝাড়ু, কোৰ, বেলচা, ডাচবিন আদি লৈ আৰম্ভ কৰে স্বচ্চতা অভিযান ৷ হাতত ঝাড়ু লৈ নিজৰ অঞ্চলটো চাফা কৰাৰ লগতে প্লাষ্টিক বৰ্জন আহ্বান কৰে আৰক্ষীয়ে প্ৰশাসনে ৷ প্লাষ্টিক বৰ্জন সন্দৰ্ভত এখন সজাগতা সভাৰো আয়োজন কৰে শিমলুগুৰি আৰক্ষীয়ে ৷ উল্লেখযোগ্য নিজৰ কৰ্তব্য সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীৰ স্বচ্চ ভাৰত অভিযান আৰু প্লাষ্টিক বৰ্জনৰ অংশস্বৰূপে আৰক্ষীসকলৰ এই স্বচ্চতা কাৰ্যসূচী যথেষ্ট প্ৰশংসনীয় ৷

আনহাতে স্বচ্চতা অভিযান আৰু প্লাষ্টিক বৰ্জনৰ সন্দৰ্ভত হোজাই জিলাৰ উপায়ুক্তৰ এক ব্যতিক্ৰমি পদক্ষেপ ৷ প্লাষ্টিক মুক্ত দেশ গঢ়াৰ স্বাৰ্থত লংকাৰ ৰাজপথত দৌৰিলে হোজাই জিলাৰ উপায়ুক্তই | জনসাধৰণৰ মাজত প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে লংকা পৌৰসভাৰ উদ্যোগত আয়োজিত এক সমূহীয়া মাৰাঠান দৌৰত অংশগ্ৰহণ কৰি হোজাইৰ উপায়ুক্তগৰাকীয়ে প্লাষ্টিক বৰ্জনৰ আহ্বান জনাই | উপায়ুক্তৰ এই আহ্বানৰ লগত সহযোগ কৰে লংকা পৌৰসভাৰ কমিছনাৰ, বিষয়া, কৰ্মচাৰী উপৰিও চিকিৎসা বিষয়াৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে | সমূহীয়া দৌৰৰ অন্তত প্লাষ্টিক বৰ্জন আৰু স্বচ্ছতাৰ বিষয়ত এক সজাগতা সভা অনুষ্ঠিত হয় লংকা পৌৰসভাৰ কাৰ্যালয়ত |

Intro:as_biswanath_801_30_seb_swachhata_hi_seva_campp_vis_byte_photo_scrpt_as10018Body:as_biswanath_801_30_seb_swachhata_hi_seva_campp_vis_byte_photo_scrpt_as10018Conclusion:as_biswanath_801_30_seb_swachhata_hi_seva_campp_vis_byte_photo_scrpt_as10018

আজি পুৱাতেই বিশ্বনাথতত
অসম আৰক্ষী জোৱান সকলে বন্দুক এৰি হাতত ঝাড়ু লৈ চলালে অভিযান৷

বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলিত বিশ্বনাথ আৰক্ষী প্ৰশাসনৰ উদ্যোগত ব্যতিক্ৰমী পদক্ষেপ । পুৱাতেই প্ৰশাসনৰ মাজত লাগিল বিশ্বনাথত হৈ-চৈ, পিছে এই হৈ চৈ আইন শৃংখলা জনিত কাৰণৰ বাবে নহয়, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলাই থকা "স্বচ্ছতা হি সেৱা" কাৰ্যসূচীৰ বাবে প্ৰশাসনৰ হাতত লাঠি, বন্দুকৰ ঠাইত দেখা পোৱা গ'ল ঝাড়ু, ডাচবিন আদি । এই কাৰ্যসূচীত অৰ্দ্ধসামৰিক বাহিনী, বি.এচ.এফৰ লগতে বিভিন্ন সেনা জোৱানৰ ওপৰিও জিলা খনৰ বিভিন্ন দল সংগঠন, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আদিয়েও অংশগ্ৰহণ কৰে
এই পদক্ষেপত ৷ এইদৰে, বিশ্বনাথৰ উপায়ুক্ত পবিত্ৰ ৰাম খাউণ্ড, বিশ্বনাথৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌচনৰ নেতৃত্বত বন্দুক এৰি হাতে হাতে ঝাড়ু লৈ বিশ্বনাথ নগৰ চৌহদ পৰিস্কাৰ অভিযানত নামি পৰে অসম আৰক্ষী আৰু কামাণ্ডো জোৱানসকল ৷

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.