ETV Bharat / state

বৰগাং নদীত চাফাই অভিযান মন্ত্ৰী ৰণজিৎ দত্ত

author img

By

Published : Oct 9, 2019, 7:42 PM IST

Updated : Oct 9, 2019, 10:55 PM IST

মঙলবাৰে উলহ মালহৰে উদযাপন কৰা বিজয়া দশমীত পূজা সমিতি সমূহে নদীৰ ঘাট সমূহত দেৱীক বিসৰ্জন দিয়াৰ লগতে নদীত উটুৱায় দিয়া পূজাৰ সামগ্ৰী সমূহ চাফা কৰাৰ বাবে বিশ্বনাথৰ বৰগাং নদী চাফাই অভিযানত লাগিল মন্ত্ৰীগৰাকী ৷

বৰগাং নদীত চাফাই অভিযান মন্ত্ৰী ৰণজিৎ দত্ত

বিশ্বনাথ, 9 অক্টোবৰ: তিনি শতাধিক বিজেপি কৰ্মী সহ নদী চাফাই অভিযানত নামিল অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্ত ৷ মঙলবাৰে উলহ মালহৰে উদযাপন কৰা বিজয়া দশমীত পূজা সমিতি সমূহে নদীৰ ঘাট সমূহত দেৱীক বিসৰ্জন দিয়াৰ লগতে নদীত উটুৱাই দিয়া পূজাৰ সামগ্ৰী সমূহ চাফা কৰাৰ বাবে বিশ্বনাথৰ বৰগাং নদী চাফাই অভিযানত নামিল মন্ত্ৰীগৰাকী ৷ ৰাসায়নিক দ্ৰব্যৰে নিৰ্মিত এই পূজাৰ সামগ্ৰী সমূহে যাতে নদীত থকা প্ৰাণী সমূহৰ লগতে নদীৰ পানী প্ৰদূষিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে বিজেপিৰ বিহালী আৰু বাঘমৰা মণ্ডল, সদস্য সকলৰ লগতে মন্ত্ৰী গৰাকী উপস্থিত হৈ বৰগাং নদীত স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে চাফাই অভিযান কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেনেকৈ গংগা নদীখন চাফা কৰি ৰাখিবলৈ আগভাগ লৈছে ঠিক তেনেকৈ আমিও এই নদী খন চাফা কৰি ৰাখিবলৈ চেষ্টা কৰিছো বুলি মন্তব্য কৰে মন্ত্ৰী দত্তই ৷

Intro:AS_BISWANATH_804_9_OCT_BEHALI BORGANG_ RIVER_ CLEAN_VIS_BYTE_SCRPT_AS10018
Body:AS_BISWANATH_804_9_OCT_BEHALI BORGANG_ RIVER_ CLEAN_VIS_BYTE_SCRPT_AS10018
Conclusion:AS_BISWANATH_804_9_OCT_BEHALI BORGANG_ RIVER_ CLEAN_VIS_BYTE_SCRPT_AS10018

বিশ্বনাথৰ বৰগাং নদীত মন্ত্ৰী ৰণজিৎ দত্ত চাফাই অভিযান ।

V.O :- কালি উলহ মালহৰে সমগ্ৰ ৰাজ্যত উদযাপন কৰা হল বিজয় দশমী । পুজা সমিতি সমূহে নদী ঘাট সমূহত দেবীক বিসৰ্জন দিয়াৰ লগতে নদীত উটুয়াই দিলে পুজাত ব্যবহাৰ কৰা সামগ্ৰী সমূহ ।
ৰাসায়নিক দ্ৰব্যৰে নিৰ্মিত এই পুজাৰ সামগ্ৰী সমূহে যাতে জলচৰ প্ৰাণী সমূহৰ লগতে নদীৰ পানীৰ কোনোধৰণৰ ক্ষতি সাধন কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি বিজেপিৰ বিহালী আৰু বাঘমৰা মণ্ডল, সদস্য সকলৰ লগতে মন্ত্ৰী গৰাকী উপস্থিতত বৰগাং নদীত স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে চাফাই অভিযান কৰে ।
এই চাফাই অভিযানত
অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তই বিহালীৰ বৰগাং নৈত উপস্থিত হৈ নিজেই চলালে চাফাই অভিযান ।

এই চাফাই অভিযানৰ কালছোৱাত মন্ত্ৰীগৰাকীক প্ৰায় ৩ শতাধিক বিজেপি কৰ্মীয়ে সহযোগ কৰে ।

মন্ত্ৰী দত্তই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেনেকৈ গংগা নদীখন চাফা কৰি ৰাখিব পাৰিছে ঠিক তেনেকৈ আমিও এই নদী খন চাফা কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ বুলি কয় ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
Last Updated : Oct 9, 2019, 10:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.