ETV Bharat / state

বিশ্বনাথত ভোটদানৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট - ভোটদান

সমাগত লোকসভা নিৰ্বাচনত ৰাইজৰ মাজত ভোটদানৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিশ্বনাথত সোমবাৰে বাটৰ নাট প্ৰদৰ্শন কৰে ৷

বিশ্বনাত  ভোটদানৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট
author img

By

Published : Mar 25, 2019, 11:57 PM IST

বিশ্বনাথ,25 মাৰ্চঃ আগন্তুক লোক সভা নিৰ্বাচনৰ উদ্দেশ্য ভোটাৰ সকলৰ মাজত সজাগতাৰ সৃষ্টি কৰা উপলক্ষে বিশ্বনাথ জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত ভোটাৰক সজাগ কৰাৰ লক্ষ্যৰে বিশ্বনাথ জিলাৰ ভিন্ন প্ৰান্তত বাটৰ নাট প্ৰদৰ্শন কৰা হয় সোমবাৰে ৷ বিশ্বনাথ জিলাৰ বিশ্বনাথ সমষ্টিৰ বৰগাং, বেদেতী বিশ্বনাথ চাৰিআলি আৰু পাভৈ আদি অঞ্চল সমূহত বাটৰ নাট মঞ্চস্থ কৰি ভোটাধিকাৰ সম্পৰ্কে ৰাইজক সজাগ কৰি তোলাৰ প্ৰয়াস জিলা প্ৰশাসনৰ ।

Slug_A_Biswanath_Votar_25M_801_803_Visual_Photo_Scrot_Srimanta

বিশ্বনাত  ভোটদানৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট

 আগন্তুক লোক সভা নিৰ্বাচনৰ উদ্দেশ্য  ভোটাৰ  সকলৰ মাজত সজাগতাৰ সৃষ্টি কৰা উপলক্ষে বিশ্বনাথ জিলা  নিৰ্বাচনী বিষয়াৰ  উদ্যোগত ভোটাৰক সজাগ কৰাৰ লক্ষ্যৰে বিশ্বনাথ জিলাৰ  ভিন্ন প্ৰান্তত বাটৰ নাট প্ৰদৰ্শন কৰা হয় সোমবাৰে ।
বিশ্বনাথ জিলাৰ বিশ্বনাথ  সমষ্টিৰ বৰগাং, বেদেতী  বিশ্বনি চাৰিআলি আৰু পাভৈ আদি অঞ্চল সমুহতঢ় বাটৰ নাট মঞ্চস্থ কৰি ভোটাধিকাৰ সম্পৰ্কে ৰাইজক সজাগ কৰি তোলাৰ প্ৰয়াস চলাই জিলা প্ৰশাসনে ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.