ETV Bharat / state

ট্ৰেক্টৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

author img

By

Published : Jun 11, 2020, 3:32 PM IST

ট্ৰেক্টৰ চলাই হাল বালে ৰাজ্যৰ মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ চতিয়াৰ এক ট্ৰেক্টৰ বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে নিবনুৱাসকলক সংস্থাপনৰ উদ্দেশ্যে এইদৰে ট্ৰেক্টৰ চলাই উৎসাহিত কৰে ৷

Sootea visit of CM sarbananda sonowal biswanath assam etv bharat news
ট্ৰেক্টৰ চলালে মুখ্যমন্ত্ৰীয়ে

চতিয়া, 11 জুন: চতিয়াত ট্ৰেক্টৰত উঠি খেতিপথাৰত নামিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । এইদৰে হাল বাই মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভ কৰে এক চৰকাৰী কাৰ্যসূচী ৷ প্ৰকৃততে চতিয়া সমষ্টিৰ চকিঘাট অঞ্চলৰ জীয়াভৰলী নৈৰ পাৰত দীৰ্ঘদিনে সন্দেহযুক্ত নাগৰিকৰ কবলত থকা ৭০০ বিঘা ভূমি মুকলি কৰি নিৱনুৱা সংস্থাপনৰ লক্ষ্য লৈছিল স্থানীয় বিধায়ক পদ্ম হাজৰিকাই ৷ সেই অনুসৰি বৃহস্পতিবাৰে এশখন ট্ৰেক্টৰ বিতৰণ কৰে বিধায়কগৰাকীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰে ৰাইজৰ মাজত ৷ উক্ত ভূমিত কৃষি, মীন,পশুপালন আদিৰ দৰে বহুমুখী আঁচনি ৰূপায়ণ কৰা হ’ব ৷

ট্ৰেক্টৰ চলালে মুখ্যমন্ত্ৰীয়ে

লগতে চাওকঃ গোলাঘাটত ব্যাপক হাৰত লুণ্ঠন বনজ সম্পদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.