বিশ্বনাথ, 9 চেপ্তেম্বৰ : বিশ্বনাথৰ পৰ্যটন অনুৰাগী বিশিষ্ট সমাজকৰ্মী কিশোৰ হাজৰিকালৈ আৰোহণ বঁটা ৷ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত আৰোহণ আৰ্টিষ্ট গীল্ডে হাজৰিকাক এই বঁটা প্ৰদান কৰে ৷ সভাত বিশিষ্ট কবি, সাহিত্যিক, সমাজ কৰ্মী ডাক্তৰ অঞ্জন জ্যোতি চৌধুৰীৰ উপস্থিতিত অনুষ্ঠানত অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । সমাজ কৰ্মী কিশোৰ হাজৰিকাই এই বঁটা লাভ কৰাত উৎফুল্লিত হৈ পৰিছে বিশ্বনাথবাসী ৷ বিগত বহু বছৰ ধৰি বিশ্বনাথবাসীৰ বাবে কিশোৰ হাজৰিকাই পৰ্যটন ক্ষেত্ৰখন আগুৱাই নিয়াত আগ ভাগ লোৱাৰ লগতে বিশ্বনাথখন ভাৰতৰ আগত চিনাকি কৰাবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা এজন ব্যক্তি বুলি মন্তব্য কৰে বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক ৰতন ভূঞাই । ইফালে এই বঁটাই সমাজখনত কাম কৰাত প্ৰেৰণা দিব বুলি প্ৰকাশ কৰে বঁটা প্ৰাপ্ত কিশোৰ হাজৰিকাই। সমাজকৰ্মীজনৰ এই শুভ মূহুৰ্তত শুভেচ্ছা জ্ঞাপন কৰিছে বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকা, জ্যেষ্ঠ সাংবাদিক ভুৱন লুইটেল,ৰূপজ্যোতি শইকীয়া সাংবাদিক শ্ৰীমন্ত দাসকে ধৰি বিভিন্নজনে ।
বিশ্বনাথৰ সমাজকৰ্মী কিশোৰ হাজৰিকালৈ আৰোহণ বঁটা - ডাক্তৰ অঞ্জন জ্যোতি চৌধুৰী
দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আৰোহণ আৰ্টিষ্ট গীল্ডে হাজৰিকাক প্ৰদান কৰে এই বঁটা
বিশ্বনাথ, 9 চেপ্তেম্বৰ : বিশ্বনাথৰ পৰ্যটন অনুৰাগী বিশিষ্ট সমাজকৰ্মী কিশোৰ হাজৰিকালৈ আৰোহণ বঁটা ৷ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত আৰোহণ আৰ্টিষ্ট গীল্ডে হাজৰিকাক এই বঁটা প্ৰদান কৰে ৷ সভাত বিশিষ্ট কবি, সাহিত্যিক, সমাজ কৰ্মী ডাক্তৰ অঞ্জন জ্যোতি চৌধুৰীৰ উপস্থিতিত অনুষ্ঠানত অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । সমাজ কৰ্মী কিশোৰ হাজৰিকাই এই বঁটা লাভ কৰাত উৎফুল্লিত হৈ পৰিছে বিশ্বনাথবাসী ৷ বিগত বহু বছৰ ধৰি বিশ্বনাথবাসীৰ বাবে কিশোৰ হাজৰিকাই পৰ্যটন ক্ষেত্ৰখন আগুৱাই নিয়াত আগ ভাগ লোৱাৰ লগতে বিশ্বনাথখন ভাৰতৰ আগত চিনাকি কৰাবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা এজন ব্যক্তি বুলি মন্তব্য কৰে বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক ৰতন ভূঞাই । ইফালে এই বঁটাই সমাজখনত কাম কৰাত প্ৰেৰণা দিব বুলি প্ৰকাশ কৰে বঁটা প্ৰাপ্ত কিশোৰ হাজৰিকাই। সমাজকৰ্মীজনৰ এই শুভ মূহুৰ্তত শুভেচ্ছা জ্ঞাপন কৰিছে বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকা, জ্যেষ্ঠ সাংবাদিক ভুৱন লুইটেল,ৰূপজ্যোতি শইকীয়া সাংবাদিক শ্ৰীমন্ত দাসকে ধৰি বিভিন্নজনে ।
বিশ্বনাথৰ বিশিষ্ট সমাজ কৰ্মী তথা
পৰ্যটন অনুৰাগী কিশোৰ( কল্প) হাজৰিকা লৈ ২০১৯ আৰোহণ বঁটা প্ৰদান কৰে আৰোহণ আটিষ্ঠ গীল্ডেয়ে ।
দেওবাৰে আৰোহণ আটিষ্ঠ গীল্ডে উদ্যোগত আয়োজন কৰা সাংস্কৃতিক সমাৰোহ অনুষ্ঠানটি
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰেক্ষাগৃহত আয়োজন কৰা হয় ।
এই কাৰ্যসূচী লগত সংগতি ৰাখি এক
বঁটা বিতৰণ অনুষ্ঠান আয়োজন কৰে ।
এই
সভাত বিশ্বনাথৰ
বিশিষ্ট সমাজ কৰ্মী, পৰ্যটন অনুৰাগী কিশোৰ হাজৰিকাক এখনি সম্বৰ্ধনা পত্ৰ চেলেং চাদৰ গামোচাৰে আৰোহণ বঁটা প্ৰদান কৰে ।
বিশিষ্ট কবি সাহিত্যিক সমাজ কৰ্মী ডাক্ত অঞ্জন জ্যোতি চৌধুৰী উপস্থিত অনুষ্ঠানত অসমৰ কেইবা গৰাকী ও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
ইফালে সমাজ কৰ্মী কিশোৰ হাজৰিকাই এই বঁটা লাভ কৰাত উৎফুল্লিত হৈ পৰিছে বিশ্বনাথ বাসী । এই বঁটা একমাত্ৰ কিশোৰ হাজৰিকা নহয় এয়া বিশ্বনাথ বাসী বাবে এটা গৌৰৱ কথা কাৰণ বিগত বহু বছৰ ধৰি বিশ্বনাথ বাসী বাবে কিশোৰ হাজৰিকাই
পৰ্যটন ক্ষেত্ৰত খন আগুৱাই নিয়াত আগ ভাগ লোৱা লগতে বিশ্বনাথ খন ভাৰত আগত চিনাকি কৰাবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা এজন ব্যক্তি কিশোৰ হাজৰিকা বুলি মন্তব্য কৰে বিশ্বনাথৰ
জ্যেষ্ঠ সাংবাদিক ৰতন ভূঞাই ।
ইফালে বঁটা ই অধিক সমাজ খনত কাম কৰাত প্ৰেৰণা দিব বুলি প্ৰকাশ কৰে
বঁটা প্ৰাপ্ত কিশোৰ হাজৰিকাই ।
সমাজ কৰ্মী জনৰ এই শুভ মূহুৰ্তত শুভেচ্ছা জ্ঞাপন কৰিছে বিশ্বনাথৰ জ্যেষ্ঠ
সাংবাদিক নিৰঞ্জন হাজৰিকা, জ্যেষ্ঠ সাংবাদিক ভুৱন লুইটেল, ৰূপ জ্যোতি শইকীয়া সাংবাদিক শ্ৰীমন্ত দাসকে ধৰি বিভিন্ন জনে ।
বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম