ETV Bharat / state

ক’ভিডৰ নতুন নিৰ্দেশনাক লৈ কঠোৰ বিশ্বনাথ প্ৰশাসন

বিশ্বনাথত সন্ধিয়া 6 বজাত সকলো দোকান-পোহাৰ বন্ধৰ ঘোষণা ৷ ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ জিলা প্ৰশাসনৰ ৷

author img

By

Published : Apr 21, 2021, 12:21 PM IST

shop close at biswanath
ক’ভিডৰ নতুন নিৰ্দেশনাক লৈ কঠোৰ বিশ্বনাথ প্ৰশাসন

বিশ্বনাথ,21 এপ্ৰিল : মঙলবাৰে ৰাজ্য চৰকাৰে নতুনকৈ ক’ভিডৰ নীতি-নিৰ্দেশনা ঘোষণা কৰাৰ পাচতে সন্ধিয়া 6 বজাত বিশ্বনাথত সকলো দোকান-পোহাৰ বন্ধ হোৱা পৰিলক্ষিত হৈছে ৷ ক’ভিডৰ নতুন নিৰ্দেশনা অনুসৰি, যিকোনো সাংস্কৃতিক অনুষ্ঠানত 400ৰ অধিক লোক উপস্থিত থাকিব নোৱাৰিব ৷

shops-closeshop close at biswanath

ইয়াৰোপৰি, প্ৰতিজন লোকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক । ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ বিশ্বনাথবাসীকো এই নিৰ্দেশ পালন কৰিবলৈ আহ্বান জনায় জিলা প্ৰশাসনে । উল্লেখ্য যে, বৰ্তমানলৈকে বিশ্বনাথত 35 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি ৷

লগতে পঢ়ক : ক’ভিডৰ ভয়ংকৰ সংক্ৰমণ; একাংশৰ কাণ্ডজ্ঞান হীনতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.