ETV Bharat / state

ক’ৰোণা ভাইৰাছকলৈ তৎপৰ বিশ্বনাথ জিলা প্ৰশাসন - ক’ৰোণা ভাইৰাছকলৈ বিশ্বনাথ জিলা প্ৰশাসনৰ সংবাদমেল

চীনত সংহাৰী ৰূপ ধাৰণ কৰা ক’ৰোণা ভাইৰাছকলৈ ভাৰতৰ লগতে অসমতো বিশেষ তৎপৰতা ৷ ক’ৰোণা ভাইৰাছকলৈ বিশ্বনাথ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সংবাদমেল ৷

ক’ৰোণা ভাইৰাছকলৈ তৎপৰ বিশ্বনাথ জিলা প্ৰশাসন

author img

By

Published : Feb 12, 2020, 1:30 AM IST

বিশ্বনাথ, 12 ফেব্ৰুৱাৰীঃ সমগ্ৰ বিশ্বতে বৰ্তমান সময়ত জনসাধাৰণক সংকীৰ্ণ কৰি তুলিছে চীনত সংহাৰী ৰূপ ধাৰণ কৰা মাৰাত্মক ক’ৰাণা ভাইৰাছৰ প্ৰভাৱে । এই মাৰাত্মক ভাইৰাছক লৈ ইতিমধ্যে তৎপৰ হৈছে বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি অন্যান্য দেশৰ লগতে ভাৰতবৰ্ষ ৷ ক’ৰাণা ভাইৰাছক লৈ বিভিন্ন সতৰ্কমূলক ব্যৱস্থা গ্ৰহণ কৰি দেশৰ স্বাস্থ্য বিভাগে । ক’ৰোণা ভাইৰেছৰ ধৰা কেনেকৈ পেলাব পাৰি তাৰ ওপৰতো সজাগতা সৃষ্টি কৰিছে স্বাস্থ্য বিভাগে ৷ দেশৰ বিভিন্ন বিমানবন্দৰ সমূহতো গ্ৰহণ কৰা হৈছে বিশেষ সতৰ্কতা ৷

ক’ৰোণা ভাইৰাছকলৈ বিশ্বনাথ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সংবাদমেল

ইফালে ভাৰতৰ অন্যান্য প্ৰান্তৰ লগতে মঙলবাৰে অসমৰ শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কাৰ্যালয় আৰু বিশ্বনাথ জিলা উপায়ুক্তই বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত ক’ৰোণা ভাইৰাছ সন্দৰ্ভত এক সংবাদমেল আয়োজন কৰা হয় ৷

ক’ৰোণা ভাইৰাছৰ লক্ষণ কি ? এই ভাইৰাছত আক্ৰান্ত হ’লে কেনেকৈ ৰোগীজনক স্বাস্থ্য পৰীক্ষা কৰা হয় ৷ ভাইৰাছ চিনাক্ত হোৱা লগে লগে চৰকাৰী ভাৱে ৰোগীজনক লৈ কি দৰে চিকিৎসা সেৱা কৰা হ’ব তাৰ ওপৰত বিসদ ভাৱে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালিকা ডঃ কৃষ্ণা কেমপ্ৰাইয়ে বক্তব্য দিয়ে

বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত ক’ৰোণা ভাইৰাছ সন্দৰ্ভত সংবাদমেল

আনহাতে বিশ্বনাথ জিলাৰ সকলো বিভাগৰ বিষয়া সকলক এই ক্ষেত্ৰত বিভিন্ন সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনাৱো হৈছে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্তয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.