ETV Bharat / state

বিশ্বনাথত কাঠৰ খুটাত বিদ্যুতৰ তাঁৰ - অসম নিউজ

যি সময়ত ৰাজ্য চৰকাৰে গ্ৰাম্যঞ্চল সমূহত বিদ্যুৎ যোগান নিয়মীয়াকৰণৰ শ্ল'গান দি আহিছে তেনে সময়তে বিশ্বনাথ কহিয়াবাৰী বস্তি গাঁৱত দেখিবলৈ পোৱা গৈছে এক বিপৰীত দৃশ্য ৷

বিশ্বনাথত কাঠৰ খুটাত বিদ্যুতৰ তাঁৰ
author img

By

Published : Jul 3, 2019, 3:27 PM IST

বিশ্বনাথ, 3 জুলাইঃ বিশ্বনাথত শক্তি বিভাগৰ আজৱ কাণ্ড ৷ বছৰ বছৰ ধৰি কাঠৰ খুটাত সংযোগ হৈ আছে বৈদ্যুতিক তাঁৰ । আতংকিত গঞা ৰাইজ । যি সময়ত ৰাজ্য চৰকাৰে গ্ৰাম্যঞ্চল সমূহত বিদ্যুৎ যোগান নিয়মীয়া কৰণৰ শ্ল'গান দি আহিছে তেনে সময়তে বিশ্বনাথ কহিয়াবাৰী বস্তি গাঁৱত দেখিবলৈ পোৱা গৈছে শক্তি বিভাগৰ বিপৰীত দৃশ্য । বিগত বছৰ বছৰ ধৰি উন্মুক্তভাৱে পকী খুটা পৰিৱৰ্তে লাগি আছে কাঠৰ খুটাত বৈদ্যুতিক তাঁৰ ৷ ফলত আতংকিত হৈ পৰিছে ৰাইজ ৷ কাৰণ বিগত কিছুদিন পূৰ্বে বিশ্বনাথত 11 হাজাৰ ভল্টত তাৰত লাগি এজন অস্থায়ী বিদ্যুৎ বিভাগৰ কৰ্মচাৰী মৃত্যু মুখত পৰিছিল ৷ কিন্তু ইমানৰ পাততো বিশ্বনাথৰ বিদ্যুৎ উপ-সংমণ্ডল বিষয়া গভীৰ নিদ্ৰাত ৷

বিশ্বনাথত কাঠৰ খুটাত বিদ্যুতৰ তাঁৰ

আনহাতে, একাংশ পৰিয়ালে বিদ্যুৎ যোগান চৰকাৰীভাৱে লোৱাৰ বিপৰীতে বিদ্যুৎ চুৰি কৰা দৃশ্য পৰিলক্ষিত হৈছে ৷ কিন্তু এই দৃশ্য দেখাৰ পাচতো শক্তি বিভাগে কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷

Intro:as_biswanath_801_3_july_electricity_behali_vis+byte_scrpt_as10018
Body:বিশ্বনাথত শক্তি বিভাগৰ আজৱ কাণ্ডConclusion:as_biswanath_801_3_july_electricity_behali_vis+byte_scrpt_as10018

বিশ্বনাথত শক্তি বিভাগৰ ভয়ংকৰ কাণ্ড

বছৰ বছৰ ধৰি কঠাৰ খুটাত সংযোগ হৈ আছে বৈদ্যুতিক তাঁৰ।
আতংকিত গঞা।
যি সময়ত ৰাজ্য চৰকাৰে গ্ৰাম্যঞ্চল সমূহত বিদ্যুৎ যোগান নিয়মীয়া কৰণৰ শ্লোগান দি আহিছে তেনে সময়তে বিশ্বনাথ জিলাত দেখিবলৈ পোৱা গৈছে শক্তি বিভাগৰ এক ভয়ংকৰ দৃশ্য। বিগত বছৰ বছৰ ধৰি উন্মক্ত ভাৱে পকী খুটা পৰিৱৰ্তে লাগি আছে কাঠৰ খুটাত বৈদ্যুতিক তাঁৰ ৷

আনফালে বৈদ্যুতিক তাঁৰ সংযোগ পকী খুটাত কৰিবলৈ লাগে যদিও পকী খুটাৰ বিপৰীতে কাঠৰ খুটাত ৷
ফলত আতংকিত হৈ পৰিছে ৰাইজ কিয়নো যি কোনো মূহুৰ্ততে বিপদ আহিব পাৰে গাঁওখনলৈ ৷
কাৰণ দুদিন পূৰ্বে বিশ্বনাথত ১১ হাজাৰ ভল্টত তাৰত লাগি এজন অস্থায়ী বিদ্যুৎ বিভাগৰ কৰ্মচাৰী মৃত্যু হৈছিল সেই দৃশ্য ৰাইজৰ চকুৰ সন্মুখত আহি আছে তাক লৈ
এতিয়া সংকিত ৰাইজ ।
দুভগ্যজনক কথাটো হ'ল ইমানৰ পিচতো বিশ্বনাথৰ
বিদ্যুৎ উপ সমণ্ডল বিষয়াই
গভীৰ নিদ্ৰাত ।
এতিয়া যে কব লাগিব অকৰ্মাণ্য শক্তি বিভাগ।
এই দৃশ্য বিশ্বনাথ জিলাৰ
বৰগাং শক্তি বিভাগৰ কাৰ্যালয় পৰা মাত্ৰ দুই কিলোমিটাৰ নিলগৰ কহিয়াবাৰী বস্তি গাৱঁৰ দৃশ্য ।
বিগত বছৰ বছৰ ধৰি এইদৰেই আছে যদিও আজি পৰ্যন্ত বিদ্যুৎ পৰিবাঁহী তাঁৰ পকী খুটাৰ বিপৰীতে কাঠৰ খুঁটাত সংযোগ কৰিছে আহিছে বৈদ্যুতিক তাঁৰ শক্তি বিভাগৰ কৰ্মচাৰী য়ে ।
যাৰ ফলত বিপদৰ আশাংকাত ভুগিছে জনসাধৰণ।

ইফালে একাংশ পৰিয়ালে বিদ্যুৎ যোগান চৰকাৰী ভাৱে লোৱাৰ বিপৰীতে বিদ্যুৎ চুৰি কৰা দৃশ্য দেখিবলৈ পোৱা গৈছে। এই দৃশ্য দেখাৰ পিছতো শক্তি বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষনীয় হ’ব।

বিহালী পৰা ত্ৰিদিপ দাসৰ সহযোগত বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.