ETV Bharat / state

বনভোজ দলৰ দলবদ্ধ আক্ৰমণ ট্ৰাক চালকক - আক্ৰমণ

স্থানীয় ৰাইজ উপস্থিত হোৱাত বনভোজ দলটো পলায়ন কৰে

বনভোজ দলৰ দলবদ্ধ আক্ৰমণ ট্ৰাক চালকক
author img

By

Published : Apr 20, 2019, 11:10 PM IST

বিশ্বনাথ, ২০ এপ্ৰিলঃ বিশ্বনাথৰ বিহালীৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত বনভোজ দলে আক্ৰমণ কৰে ট্ৰাক চালকক । চালকজনৰ পৰা নগদ ধন লুটি নিয়ে দলটোৱে ।

বনভোজ দলৰ দলবদ্ধ আক্ৰমণ ট্ৰাক চালকক

ৰাজপথৰে গৈ থকা অৱস্থাত কোনো কথা নোহোৱাকৈ বন ভোজ দলটোৱে ট্ৰাক খন আগ ভেটি ধৰি চালক জনক আক্ৰমণ কৰা লগতে চালক জনৰ টকা কাঢ়ি নিয়ে । লগতে ট্ৰাক খনলৈ শিলগুটি নিক্ষেপ কৰি ট্ৰাকখনৰ ক্ষয় ক্ষতি কৰে । ইফালে স্থানীয় ৰাইজ উপস্থিত হোৱাত বন ভোজ দলটো পলায়ন কৰে । স্থানীয় লোকে বিহালী আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় বিহালী আৰক্ষী । ইতিমধ্যে আৰক্ষীয়ে উক্ত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

Breaking biswanathtrucks

বিহালীত বন ভোজ দলৰ  তাণ্ডৱ ট্ৰাক চালকক আক্ৰমণ  

শনিবাৰে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত তাণ্ডৱ চলাই এটা বন ভোজ  খোৱা দলে ।
বিহালী আৰক্ষী থানা অন্তৰ্গত বুৰৈ নদীৰ পাৰত শনিবাৰে এটা বন ভোজ খোৱা দল দিনৰ প্ৰায়   ৪ মান বজাত  বেদেতী হৈ বিহালী কুলাগুৰি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ হৈ গৈ থকা অৱস্থাত   এখন মাল বাহী ট্ৰাকৰ ওপৰত আক্ৰমণ চলাই । ৰাজপথৰে 
গৈ থকা অৱস্থাত কোনো কথা নোহোৱাকৈ বন ভোজ দলটোৱে ট্ৰাক খন আগ ভেটি ধৰি ট্ৰাক খন ৰাখি ট্ৰাক চালক জনক আক্ৰমণ কৰা লগতে চালক জনৰ লগত থকা টকা পকেটত হাত ভৰাই বন ভোজ খোৱা দলটোৱে  টকা কাঢ়ি নিয়া লগতে   ট্ৰাক খনলৈ শীলগুটি নিক্ষেপ কৰি ট্ৰাক খন ক্ষয় ক্ষতি কৰে ।
 ইফালে স্থানীয় ৰাইজ উপস্থিত হোৱা আগতূ বন ভোজ দলটো  পলায়ন কৰে ।
 ইফালে স্থানীয় লোকে বিহালী আৰক্ষীক খবৰ দিয়াত ঘটনা স্হলীত উপস্থিত হয় বিহালী আৰক্ষী । তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি লিখা সময়লৈকে বন ভোজ দলটো চিনাক্ত কৰিব পৰা নাই । 

বাইট -ট্ৰাক চালক 
বাইট - স্থানীয় ৰাইজ 

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম 

বি: দ্ৰ:বাকী ভিডিঅ FTP জড়িয়তে প্ৰেৰণ কৰা হৈছে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.