ETV Bharat / state

উখল মাখল পৰিৱেশেৰে আৰম্ভ পাপুম পমা ৰিভাৰ ফেষ্টিভেল

author img

By

Published : Jan 24, 2020, 9:06 AM IST

বিশ্বনাথৰ ৰামঘাটত পাপুম পমা ৰিভাৰ ফেষ্টিভেলৰ শুভাৰম্ভণি ৷ বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে এই ৰিভাৰ ফেষ্টিভেলৰ ৷ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ দত্ত উপস্থিত থাকে ৷

Papum pama River Festival starts in Biswanath
উখল মাখল পৰিৱেশেৰে আৰম্ভ পাপুম পমা ৰিভাৰ ফেষ্টিভেল

বিশ্বনাথ, 24 ডিচেম্বৰঃ অসম-অৰুণাচল সীমান্তৰ ৰামঘাটত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ যোৱাবেলিৰ দৰে এইবাৰো বিশ্বনাথৰ ৰামঘাটত পাপুম পমা ৰিভাৰ ফেষ্টিভেলৰ শুভাৰম্ভণি কৰা হয় ৷ বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে এই ৰিভাৰ ফেষ্টিভেলৰ ৷ অহা 25 জানুৱাৰীত সামৰণি পৰিব এই পাপুম পমা ৰিভাৰ ফেষ্টিভেলৰ ৷ উল্লেখ্য যে, বুৰৈ নদীখন অৰুণাচল প্ৰদেশৰ ৰামঘাটৰ পাহাৰৰ পৰা বৈ অসমলৈ আহিছে আৰু সেই নদীখনৰ নামতে অৰুণাচলৰ পাপুম পাৰাৰ যুৱক-যুৱতীসকলৰ উদ্যোগত আৰু অসমৰ সীমান্ত থকা অসমীয়া ৰাইজৰ সহযোগত পাপুম পমা ৰিভাৰ ফেষ্টিভেল নামেৰে এই অনুষ্ঠানটিৰ আয়োজন কৰি আহিছে ৷

উখল মাখল পৰিৱেশেৰে আৰম্ভ পাপুম পমা ৰিভাৰ ফেষ্টিভেল

এই ৰিভাৰ ফেষ্টিভেলত বিভিন্ন জাতি-জনগোষ্ঠীৰ লগতে অসমৰ বাপতিসাহোন বিহুটিক মঞ্চত উপস্থাপন কৰা হয় । বিশেষকৈ ৰামঘাট পৰ্যটনস্থলীটোক আৰু অধিক পৰ্যটকসকলৰ বাবে আকৰ্ষণীয় কৰি তুলিবলৈ বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে উল্লেখ কৰে । আনহাতে এই উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ দত্ত উপস্থিত থাকে ৷

আৰু পঢ়কঃহালধীয়াৰ সমাহাৰে মুগ্ধ কৰা এখন বিশেষ পথাৰ

Intro:অসম অৰুণাচল সীমান্ত ৰামঘাটত উখল মাখল পৰিৱেশ

Body:অসম অৰুণাচল সীমান্ত ৰামঘাটত পাপুম পমা ৰিভাৰ ফেষ্টেল আৰম্ভ ।অসম অৰুণাচল সীমান্ত ৰামঘাটত উখল মাখল পৰিৱেশ

Conclusion:

অৰুণাচল প্ৰদেশৰ পাপুম পাৰা জিলা তথা অসম অৰুণাচল সীমান্ত ৰামঘাটত উখল মাখল পৰিৱেশ ।
আজি পৰা তিনিদিনীয়াকৈ পাপুম পমা ৰিভাৰ ফেষ্টেল আৰম্ভ
আন বছৰৰ দৰে এই বছৰো অৰুণাচল পাপুম পাৰা যুৱক যুৱতী সকলে এই ফেষ্টেল তিনিদিনীয়াকৈ আয়োজন কৰিছে ।

বৃস্হপতিবাৰ পৰা আৰম্ভহোৱা এই অনুষ্ঠান টি অহা ২৫ জানুৱাৰীত সামৰণি পৰিব ।

বিশেষকৈ বুৰৈ নদী খন অৰুণাচলপ্ৰদেশ ৰামঘাটৰ পাহাৰৰ পৰা বৈ অসম লৈ আহিছে সেই নদী খনৰ নামতে অৰুণাচলৰ পাপুম পাৰা যুৱক যুৱতী সকলৰ উদ্যোগত আৰু অসমৰ সীমান্ত থকা অসমীয়াৰাইজৰ সহযোগত পাপুম পমা ৰিভাৰ ফেষ্টেল নামেৰে অনুষ্ঠানটি আয়োজনকৰি আহিছে ।
দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিতহোৱা এই
ৰিভাৰ ফেষ্টেলত বিভিন্ন জাতিজনগোষ্ঠী লগতে অসমৰ বিহু মঞ্চত উপস্থাপন কৰা হয় ।
বিশেষকৈ উদ্যোক্তা সকলৰ উদ্দেশ্য এই ৰামঘাটত যি পৰ্যটনক স্হলী হিচাপে সকলো জানে অধিক পৰ্যটনক সকলক আকৰ্ষণ কৰিবলৈ বিশেষ সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে বুলি উল্লেখ কৰে ।
আজি এই অনুষ্ঠানত কেন্দ্ৰীয়।মন্ত্ৰী কিৰণৰিজিজু আৰু
অসম চৰকাৰৰ কেৱিনেটমন্ত্ৰীৰণজিৎদত্ত উপস্থিত থাকে

বিশ্বনাথ পৰৰা শ্ৰীমন্ত দাস
ইটিভিঢ়ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.