ETV Bharat / state

বিশ্বনাথত ব্ৰজ পৰি এগৰাকীৰ মৃত্যু

author img

By

Published : Aug 28, 2019, 1:24 PM IST

ব্ৰজপাত পৰি লক্ষী ওৰাঙ(45) নামৰ এগৰাকী মহিলা মৃত্যু ৷

বিশ্বনাথত ব্ৰজপাত পৰি এগৰাকীৰ মৃত্যু

বিশ্বনাথ, 28 আগষ্টঃ বিশ্বনাথৰ তিনিসুঁতিৰ নাহৰবাৰীত বুধবাৰে পুৱা ব্ৰজ পৰি লক্ষী ওৰাং(45) নামৰ এগৰাকী মহিলা মৃত্যু হয় ৷ এই ঘটনাত আহত হয় লক্ষী ওৰাঙৰ কন্যা মঞ্জিৰা ওৰাং ৷ আহত কিশোৰী গৰাকী বৰ্তমান বিশ্বনাথ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । লক্ষী ওৰাং আৰু কন্যা মঞ্জিৰাই ঘৰত কাম কৰি থকা অৱস্থাতে এই শোকাৱহ ঘটনাটো সংঘটিত হয় । ইফালে এই ব্ৰজপাত পৰা ফলত এটি পশুধনৰো মৃত্যু হয় ।

Intro:as_biswanath_801_28_aug_Breaking_photo_as10018Body:as_biswanath_801_28_aug_Breaking_photo_as10018Conclusion:Breaking

বিশ্বনাথৰ তিনিসুতিত অঘটন ।আজি পুৱাই
তিনিসুতি নাহৰবাৰীত ব্ৰজপাত পৰি লক্ষী ওৰাঙ 45 নামৰ এগৰাকী মহিলা মৃত্যু হোৱাৰ লগতে মনঞ্জিৰা ওৰাঙ নামৰ এগৰাকী কিশোৰী আহত হয় ।
আহত কিশোৰী গৰাকী বৰ্তমান বিশ্বনাথ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
লক্ষী ওৰাঙ আৰু কন্যা মঞ্জিৰাই ঘৰত কাম কৰি থকা অবস্থাতে এই শোকাবহ দুৰ্ঘটনাটি সংঘটিত হয় ।
ইফালে এই ব্ৰজ পৰা ফলত পশুপালন মৃত্যু হয় ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.