ETV Bharat / state

বিহালীত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

দেওবাৰে বিশ্বনাথৰ বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ দত্ত বাসগৃহত উপস্থিত হয় ডিব্ৰুগড় লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ৷

MP RAMESWAR TELI AT BISWANATHY
author img

By

Published : Jun 9, 2019, 8:02 PM IST

বিশ্বনাথ,9 জুনঃ দেওবাৰে বিশ্বনাথৰ কাউৰীপথাৰৰ যুৱক তথা বীৰ শ্বহীদ জোৱান নীৰজ ছেত্ৰীৰ বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ৷ শ্বহীদ জোৱানগৰাকীৰ ঘৰলৈ যোৱাৰ পথত বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ বাসগৃহত উপস্থিত হয় সাংসদ তেলী ৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ইটিভি ভাৰত অসমৰ আগত প্ৰকাশ কৰে যোৱা ২০ বছৰ ধৰি বিজেপি দলতে থাকি কাম কৰি কেন্দ্ৰীয় মন্ত্ৰী পদ পোৱাত দলীয় কৰ্মীসকল উৎফুল্লিত হোৱাৰ লগতে অসমৰ উদ্যোগ আৰু খাদ্য ফল-মূল কিদৰে সংৰক্ষণ কৰিব পাৰি তাৰ ওপৰত চিন্তা চৰ্চা কৰি আঁচনি গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে ৷ আনহাতে , 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা সম্পৰ্কত সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে, টি কে ইঞ্জিনীয়াৰিং নামৰ পথ নিৰ্মাণ সংস্থাটোৱে পথ নিৰ্মাণৰ ক্ষেত্ৰত যি লেহেমীয়াভাৱে আগবাঢ়িছে তাৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে অসমৰ সমস্যা সমূহ কেন্দ্ৰ উপস্থাপন কৰা হ’ব ৷

Intro:as_biswanath_9_june_801_teli_scrpt_photo_as10018

Body:

বিশ্বনাথৰ বিহালীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ।

দেওবাৰে বিশ্বনাথৰ বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী ৰণজিৎ দত্ত বাসগৃহত উপস্থিত

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ।
যোৱা এক জুনত বিশ্বনাথৰ গহপুৰ কাউৰী পথাৰ যুৱক তথা জোৱান নীৰজ চেত্ৰী ঝাৰখণ্ডাত উগ্ৰপন্থী মাওবাদী লগত মুখামুখি সংঘৰ্ষ ফলত মৃত্যু হৈছিল ।
স্বহীদ জোৱান জনৰ ঘৰলৈ যোৱা পথত বিহালী সমষ্টিৰ বিধায়ক তথা কেৱিনেট মন্ত্ৰী ৰণজিৎ দত্ত বাসগৃহত উপস্থিত হয় ।
উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ই টিভি ভাৰত অসমৰ আগত প্ৰকাশ কৰে যোৱা ২০ বছৰ ধৰি বিজেপি দলতে থাকি কাম কৰি কেন্দ্ৰীয় মন্ত্ৰী পদ পোৱা ত দলীয় কৰ্মী সকল উৎফুল্লিত হয় বুলি প্ৰকাশ কৰে ।
ইফালে কয় অসমৰ উদ্যোগ আৰু খাদ্য ফল মুল কিদৰে সংৰক্ষণ কৰিব পাৰি তাৰ ওপৰত চিন্তা চৰ্চা কৰি আচনি লোৱা হ'ব বুলি উল্লেখ কৰে ।
আনহাতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰবস্হা কথা সোধা এক প্ৰশ্ন ত উত্তৰত কয় টি কে ইঞ্জিনীয়াৰিং নামৰ পথ নিৰ্মাণ সংস্থা টোৱে যি পথ নিৰ্মাণ লেহেমীয়া হৈছে তাৰ ওপৰত গুৰুত্ব দিয়া লগতে অসমৰ সমস্যা সমুহ কেন্দ্ৰ উপস্থাপন কৰা কথা উল্লেখ কৰে ।
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ ৰণজিৎ দত্ত বাসগৃহত উপস্থিত হোৱা লগে লগে বিহালী বিজেপি মণ্ডল কমিটি লগতে গাওঁ পঞ্চায়ত প্ৰতিনিধি সকলে আদৰণি জনায় ।
মন্ত্ৰী ৰণজিৎ দত্ত বাসগৃত পৰা পোনে পোনে স্বহীদ নীজৰ চেত্ৰী বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.