ETV Bharat / state

সাহিত্য জগতৰ মহীৰূহ ঘন বৰুৱাক পূৰ্বায়ন প্ৰকাশন গোষ্ঠীৰ সম্বৰ্ধনা - পূৰ্বায়ন প্ৰকাশন গোষ্ঠীৰ সম্বৰ্ধনা

অসমৰ সাহিত্য জগতৰ এক অন্যতম নাম৷ সাহিত্যিক সকলৰ মাজৰ এজন বহু চৰ্চিত কবি, সাহিত্যিক, নিবন্ধকাৰ, গল্পকাৰ ঘন বৰুৱা ৷ যোৱা ৫ ছেপ্টেম্বৰত সাহিত্য জগতৰ মহীৰূহ ঘন বৰুৱাক জিলাখনৰ অন্যতম প্ৰকাশন গোষ্ঠী পূৰ্বায়নৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

ghana baruah felicitated by purbayan grou
সাহিত্য জগতৰ মহীৰূহ ঘন বৰুৱাক পূৰ্বায়ন প্ৰকাশন গোষ্ঠীৰ সম্বৰ্ধনা
author img

By

Published : Sep 10, 2020, 12:47 PM IST

বিহালী, ৯ ছেপ্টেম্বৰ : অসমৰ সাহিত্য জগতৰ এক অন্যতম নাম ৷ সাহিত্যিক সকলৰ মাজৰ এজন বহু চৰ্চিত কবি, সাহিত্যিক, নিবন্ধকাৰ, গল্পকাৰ ঘন বৰুৱা ৷ যোৱা ৫ ছেপ্টেম্বৰত সাহিত্য জগতৰ মহীৰূহ ঘন বৰুৱাক জিলা খনৰ অন্যতম প্ৰকাশন গোষ্ঠী পূৰ্বায়নৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

উল্লেখ্য যে, নগাঁওৰ পৰা প্ৰকাশিত 'গণতন্ত্ৰ' নামৰ কাকতৰ যোগেদি ঘন বৰুৱাই নিজ সাহিত্য জীৱনৰ পাতনি মেলিছিল ৷

বিশিষ্ট সাহিত্যিক গৰাকীয়ে 'মোৰ দেশ মোৰ মানুহ' 'সপোন যেন এজাক বৰষুণ ',একলব্য অভিমন্যু ইত্যাদি', 'এমুঠি তৰাৰ জিলমিল' আদি ৰচনাৰে বিহালী অঞ্চলৰ সাহিত্য চৰ্চা ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়াইছে ৷

ইয়াৰোপৰি তেওঁ বেদেতীৰ পৰা প্ৰকাশ হোৱা 'বেদৱতী' আলোচনীখনৰ কেইবাটাও খণ্ড সম্পাদনা কৰিছে । আমাৰ অসম, নিয়মীয়া বাৰ্তা, এদিনৰ সংবাদ, জনসাধাৰণ, আজিৰ সংবাদ, অগ্ৰদূত, বাৰ্তাপখিলী, আদি কাকতত নিয়মীয়াকৈ সাহিত্য চৰ্চা কৰি আহিছে ।

লগতে পঢ়ক:মাতাল যুৱকে অপদস্থ কৰিলে ক’ভিড চেন্টাৰৰ স্বাস্থ্য কৰ্মীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.