ETV Bharat / state

বিহালীত জব্দ অবৈধ বালি কঢ়িওৱা ৩ খন ট্ৰেক্টৰ - বৰগাং বন বিভাগ

বিশ্বনাথৰ বুৰৈ নদীৰ ৪ নং শিল-বালি মহলৰ পৰা অবৈধভাৱে বালি সৰবৰাহ কৰি থকাৰ সময়তে বৰগাং বন বিভাগে জব্দ কৰিবলৈ সক্ষম হয় তিনিখনকৈ ট্ৰেক্টৰ ।

bihali
বিহালীত জব্দ অবৈধ বালি কঢ়িওৱা ৩ খন ট্ৰেক্টৰ
author img

By

Published : May 9, 2021, 10:15 AM IST

বিশ্বনাথ,৯ মে': পূৱ শোণিতপুৰ বন সংমণ্ডলৰ অন্তৰ্গত বৰগাং বনাঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ একাংশ বনকৰ্মীৰ গুৰুত্বহীনতাৰ বাবে সুযোগ লৈছে একাংশ শিল-বালি সৰবৰাহকাৰীয়ে । শনিবাৰে বৰগাং বন বিভাগে অবৈধভাৱে বালি সৰবৰাহ কৰা তিনিখনকৈ ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয় ।

bihali
বিহালীত জব্দ অবৈধ বালি কঢ়িওৱা ৩ খন ট্ৰেক্টৰ

উক্ত বনাঞ্চলিক কাৰ্যালয়ত পূৰ্বে থকা ৪ নং বালি মহলটোৰ পৰা বুৰৈ নদীৰ দলং আৰু ৰে’ল দলঙৰ তলতে একাংশ বালি সৰবৰাহকাৰীয়ে অবৈধভাৱে বালি সৰবৰাহ কৰি থকাৰ সময়তে বৰগাং বন বিভাগে জব্দ কৰিবলৈ সক্ষম হয় তিনিখনকৈ টেক্টৰ ।

bihali
ট্ৰেক্টৰ জব্দ

অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি বুৰৈ নদীৰ ৪ ন‌ং শিল-বালি মহলটোৰ পৰা একাংশ লোকে চালান অবিহনে অবৈধভাৱে শিল-বালি খনন কৰি আহিছিল । এইদৰে শিল-বালি অবৈধভাৱে খনন কৰি থকাৰ পাচতো উক্ত অঞ্চলটোৰ দায়িত্বত থকা বন বিভাগৰ লোকে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

bihali
জব্দ অবৈধ বালি কঢ়িওৱা ৩ খন ট্ৰেক্টৰ

এই টেক্টৰসমূহৰ জৰিয়তে দীৰ্ঘদিন ধৰি অবৈধভাৱে শিল-বালি সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছিল বৰগাঙৰ বনাঞ্চলিক বিষয়াই । এই তথ্যৰ ভিত্তিতে শনিবাৰে বৰগাং বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দলে অভিযান চলাই তিনিখনকৈ ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয় । জব্দ কৃত ট্ৰেক্টৰ কেইখনক বন আইন অনুসৰি জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ।

bihali
অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰ জব্দ

লগতে পঢ়ক: ধেমাজিত শেহতীয়াকৈ 109 জনৰ দেহত ক’ভিড 19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.