মেষ ৰাশি : পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত ৷ ইয়াৰ প্ৰভাৱ কৰ্মত পৰিব ৷ খৰচ কম হ’ব ৷
বৃষ ৰাশি : দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব ৷ ভাগ্য প্ৰায় ভাল ৷ কিছু খেলিমেলিৰ সৃষ্টি হ’ব পাৰে ৷ সাৱধানতা অৱলম্বন কৰক ৷
মিথুন ৰাশি : কৰ্মত সফলতা ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ লক্ষ্যত সফলতা অৰ্জন ৷ আনন্দ লাভ ৷
ককৰ্ট ৰাশি : দিনটো শুভ ৷ বিশেষকৈ নাৰীসকলৰ বাবে উত্তম দিন ৷ ভাগ্য ভাল ৷ আনৰ পৰা প্ৰশংসা লাভ ৷ বন্ধুৰ লগত সম্পৰ্ক উন্নত ৷ ব্যৱসায়ত সফল ৷ ব্যৱসায়ত লাভাৰ্জন ৷
সিংহ ৰাশি : শিক্ষাৰ্থীসকলৰ বাবে উত্তম দিন ৷ নতুন বিষয় অধ্যয়নৰ প্ৰতি আগ্ৰহ ৷ পৰিশ্ৰমৰ ফল লাভ ৷ গ্ৰহ শুভ ৷
কন্যা ৰাশি : অপৰিচিত লোকৰ পৰা আঁতৰত থাকক ৷ দিনটো প্ৰায় ভাল ৷ বিদেশী বন্ধুবৰ্গৰ লগত দিনটো ভালে যাব ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰক ৷
তুলা ৰাশি : দিনটো শুভ ৷ কৰ্ম জীৱনত পদোন্নতি লাভ ৷ নতুন কৰ্মত সফলতা লাভ ৷ আয় বৃদ্ধি ৷
বৃশ্চিক ৰাশি : দিনটো সাৱধানতা অৱলম্বন কৰক ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ পৰচৰ্চাৰ পৰা আঁতৰি থাকক ৷ সন্ধিয়াৰ সময়খিনি ভাল ৷
ধনু ৰাশি : ব্যৱসায়ত সফল ৷ ব্যৱসায়ৰ ক্ষেত্ৰত দেশৰ বাহিৰলৈ ভ্ৰমণৰ যোগ ৷ সময়ৰ সদ ব্যৱহাৰ কৰক ৷
মকৰ ৰাশি : শিক্ষাৰ্থীসকলৰ বাবে শুভ দিন ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ লওক ৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব ।
কুম্ভ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ দিনটো শুভ ৷ বাদ-বিবাদ পৰিহাৰ কৰক ৷ সতৰ্কতা অৱলম্বন কৰক ৷
মীন ৰাশি : দিনটো প্ৰায় শুভ ৷ খৰচ বৃদ্ধি । সতৰ্কতা অৱলম্বন কৰক ৷