ETV Bharat / state

প্ৰবীণ কংগ্ৰেছ কৰ্মী ধনীৰাম ইংতিৰ পৰলোক প্ৰাপ্তি - ধনীৰাম ইংতিৰ পৰলোক প্ৰাপ্তি

বনগাঁৱৰ প্ৰবীণ কংগ্ৰেছ কৰ্মী ধনীৰাম ইংতিৰ পৰলোক প্ৰাপ্তি ৷ দেওবাৰে বিহালী সমষ্টিৰ বিহমাৰী বনগাঁৱৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ কংগ্ৰেছ কৰ্মীগৰাকীয়ে ৷

as_biswanath_Congress_leader_death_img_10018
প্ৰবীণ কংগ্ৰেছ কৰ্মী ধনীৰাম ইংতিৰ পৰলোক প্ৰাপ্তি
author img

By

Published : Nov 15, 2020, 10:31 PM IST

বিশ্বনাথ, 15 নৱেম্বৰঃ বনগাঁৱৰ প্ৰবীণ কংগ্ৰেছ কৰ্মী ধনীৰাম ইংতিৰ পৰলোক প্ৰাপ্তি ৷ দেওবাৰে বিহালী সমষ্টিৰ বিহমাৰী বনগাঁৱৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ কংগ্ৰেছ কৰ্মীগৰাকীয়ে ৷ তেখেতৰ মৃত্যুত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে প্ৰদেশ কংগ্ৰেছ সম্পাদক প্ৰেম লাল গঞ্জুৰ লগতে বিহালী ব্লেক কংগ্ৰেছৰ কেইবা গৰাকীয়ে কংগ্ৰেছ কৰ্মীয়ে ৷ প্ৰবীণ কংগ্ৰেছ কৰ্মী গৰাকীৰ মৃত্যুৱে দলটোক কিছু পৰিমাণে ক্ষতি কৰিব বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা প্ৰেম লাল গঞ্জুয়ে ৷

লগতে পঢ়ক-নিজ মাতৃভূমি আহি পালে শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.