ETV Bharat / state

বিশ্বনাথ আৰক্ষীৰ অভিযানত আটক চোৰাং গৰুসহ ব্যৱসায়ী - বিশ্বনাথ আৰক্ষীৰ অভিযানত আটক চোৰাং গৰুসহ ব্যৱসায়ী

বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ সন্মুখত তালাচী চলাই সোমবাৰে ৰাতিপুৱা 8 খন চোৰাং গৰুৰ গাড়ীসহ 63 টা গৰু জব্দ কৰাৰ লগতে গাড়ীৰ চালকসহ 17 জন লোকক আটক কৰে আৰক্ষীয়ে ৷

বিশ্বনাথ আৰক্ষীৰ অভিযানত আটক চোৰাং গৰুসহ ব্যৱসায়ী

author img

By

Published : Feb 8, 2021, 2:19 PM IST

বিশ্বনাথ, 8ফেব্ৰুৱাৰী: চোৰাং গৰুৰ বিৰুদ্ধে বিশ্বনাথ আৰক্ষীৰ তালাচী অভিযান ৷ সোমবাৰে ৰাতিপুৱা বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ সন্মুখত তালাচী চলাই গহপুৰৰ পৰা ৰূপহী অভিমূখে গৈ থকা 8 খন চোৰাং গৰুৰ গাড়ীসহ 63 টা গৰু জব্দ কৰাৰ লগতে গাড়ীৰ চালকসহ 17 জন লোকক আটক কৰে ৷

বিশ্বনাথ আৰক্ষীৰ অভিযানত আটক চোৰাং গৰুসহ ব্যৱসায়ী

ঘটনা অনুসৰি,আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ সন্মূখত তালাচী চলাই গহপুৰৰ বজাৰৰ পৰা ক্ৰয় কৰি ৰূপহী অভিমূখে ৰাওনা হোৱা 8খন গাড়ী জব্দ কৰে ৷ উপযুক্ত নথি-পত্ৰ অবিহনে চোৰাং ভাৱে সৰবৰাহ কৰাৰ বাবে লৈ গৈ আছিল গৰু কেইটা। বহু দিনৰ পৰা এনেদৰে অবৈধ ভাৱে গৰু সৰবৰাহ হৈ আহিছে যদিও আৰক্ষীয়ে সঠিক তথ্যৰ অভাৱত তদন্ত কৰিব পৰা পৰা নাছিল ৷ কিন্তু সোমবাৰে ৰাতিপুৱা চলোৱা অভিযানত চক্ৰটোক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: ভাৰত-বাংলাদেশ সীমান্তত গৰুসহ ট্ৰাক জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.