বিশ্বনাথ, 17 জুলাইঃ গহপুৰত ম'হৰ আক্ৰমণত আহত এজন ৷ তীব্ৰ উত্তেজনা গহপুৰ ডিপৰা অঞ্চল ৷ বিশ্বনাথৰ গহপুৰ ডিপৰা বড়ীগাঁৱত ম'হৰ সন্থাস । তিনিটা ম'হৰ সন্ত্ৰাসত শংকিত অঞ্চলবাসী । ম'হ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী ব্যক্তি । সংকটজনক অৱস্থাত ব্যক্তিজনৰ উন্নত চিকিৎসা বাবে প্ৰেৰণ তেজপুৰ মেডিকেল কলেজলৈ । ম'হ তিনিটাই আক্ৰমণ কৰি তিনিখনকৈ মটৰ চাইকেল লণ্ডভণ্ড কৰে । আনহাতে, আক্ৰমণকাৰী ম'হ কেইটা বনৰীয়া নে ঘৰচীয়া তাৰ বৰ্তমানেও চিনাক্তকৰণ হোৱা নাই ৷ ইফালে বনবিভাগক খবৰ দিয়াৰ বহু পলমকৈ বন বিভাগৰ লোক উপস্থিত হোৱা কেন্দ্ৰ কৰি উত্তেজিত হৈ পৰে স্থানীয় ৰাইজে। বহু সময় ধৰি বন বিভাগৰ চেষ্টাত এটি দলে গুলীচালনা কৰি নিৰ্জন স্থানলৈ ম'হ কেইটা খেদি পঠাবলৈ সক্ষম হয় ৷
গহপুৰত ম'হৰ আক্ৰমণ, আহত 1
তিনিটা ম'হৰ সন্ত্ৰাসত শংকিত অঞ্চলবাসী । ম'হৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী ব্যক্তি । সংকটজনক অৱস্থাত ব্যক্তিজনৰ উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ । ম'হ তিনিটাই আক্ৰমণ কৰি তিনিখনকৈ মটৰ চাইকেল লণ্ডভণ্ড কৰে
বিশ্বনাথ, 17 জুলাইঃ গহপুৰত ম'হৰ আক্ৰমণত আহত এজন ৷ তীব্ৰ উত্তেজনা গহপুৰ ডিপৰা অঞ্চল ৷ বিশ্বনাথৰ গহপুৰ ডিপৰা বড়ীগাঁৱত ম'হৰ সন্থাস । তিনিটা ম'হৰ সন্ত্ৰাসত শংকিত অঞ্চলবাসী । ম'হ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী ব্যক্তি । সংকটজনক অৱস্থাত ব্যক্তিজনৰ উন্নত চিকিৎসা বাবে প্ৰেৰণ তেজপুৰ মেডিকেল কলেজলৈ । ম'হ তিনিটাই আক্ৰমণ কৰি তিনিখনকৈ মটৰ চাইকেল লণ্ডভণ্ড কৰে । আনহাতে, আক্ৰমণকাৰী ম'হ কেইটা বনৰীয়া নে ঘৰচীয়া তাৰ বৰ্তমানেও চিনাক্তকৰণ হোৱা নাই ৷ ইফালে বনবিভাগক খবৰ দিয়াৰ বহু পলমকৈ বন বিভাগৰ লোক উপস্থিত হোৱা কেন্দ্ৰ কৰি উত্তেজিত হৈ পৰে স্থানীয় ৰাইজে। বহু সময় ধৰি বন বিভাগৰ চেষ্টাত এটি দলে গুলীচালনা কৰি নিৰ্জন স্থানলৈ ম'হ কেইটা খেদি পঠাবলৈ সক্ষম হয় ৷
Conclusion:গহপুৰত ম'হৰ আক্ৰমণত আহত এজন তীব্ৰ উত্তেজনা
গহপুৰ ডিপৰা
বিশ্বনাথ জিলা
গহপুৰ ডিপৰা বড়ীগাওঁত ম'হৰ সন্থাস ।
তিনিটা ম'হ সন্থাসত শংকিত অঞ্চল বাসী ।
ম'হ আক্ৰমণত
গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী ব্যক্তি।
সংকটজনক অৱস্থাত ব্যক্তিজনৰ উন্নত চিকিৎসা বাবে প্ৰেৰণ কৰা হৈছে তেজপুৰ মেডিকেল কলেজলৈ ।
ইফালে এই ম'হ তিনিটাই আক্ৰমণ কৰি তিনিখনকৈ মটৰ চাইকেল লণ্ডভণ্ড কৰে ।
ইফালে
ম'হকেইটা বনৰীয়া নে ঘৰচীয়া তাৰ চিনাক্ত কৰন বৰ্তমান ও হোৱা নাই এতিয়া অঞ্চল টো তীব্ৰ শংকট ভুগিছে ম'হ তিনিটা বাবে ।ইফালে গাৱঁৰ ৰাইজে
বনবিভাগক খবৰ দিয়াৰ বহু পলমকৈ বন বিভাগৰ লোক উপস্থিত হোৱা কেন্দ্ৰ কৰি তীব্ৰ উত্তেজিত হৈ পৰে ৰাইজ
। আনহাতে বহু সময় ধৰি বন বিভাগকৰ এটা দল গুলীচালনা কৰি নিৰ্জন স্থান লৈ যাবলৈ সক্ষম হয় ।
বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম